Live of hojai

Live of hojai কেৱল ৰাইজৰ বাবে উৎসৰ্গিত।।দায়বদ্ধতাৰ প্ৰতিশ্ৰুতি।।

04/10/2025

➡️হোজাই ত এটি কণমানি হাতী পোৱালিৰ আৰ্টনাদ।।আই ৰ সমান হব কোন নদী সমান বব কোন তাৰে নিদৰ্শন দেখা গল হাতীৰ মাজত।।

জুবিন গাৰ্গ আৰু নাই ২ বাজি ৪৫মিনিটত গল গৈ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন জুবিন গাৰ্গ।।
19/09/2025

জুবিন গাৰ্গ আৰু নাই ২ বাজি ৪৫মিনিটত গল গৈ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন জুবিন গাৰ্গ।।

18/09/2025

বাঘ সেনাৰ ইউনিছ তামূলীক আটক হোজাই আৰক্ষীৰ।।

18/09/2025

হোজাই কৃষ্ণ নগৰৰ পিতা পুত্ৰ সপোন বাস্তৱায়িত।
আধুনিক প্ৰযুক্তিৰে YOURKSHIR নামৰ জিম চেণ্টাৰ মুকলি।।
বিধায়ক গৰাকীয়েও কৰিলে শৰীৰ চৰ্চা।।

17/09/2025

দুৰ্গা পূজাৰ উপলক্ষে কি কি নিৰ্দেশনা হোজাই জিলা আয়ুক্তৰ।।

16/09/2025

➡️হোজাইত এইবাৰ নিজ ভাতৃৰ অত্যাচাৰ বলি নিজ ককায়েক,মানসিক শাৰীৰিক অত্যাচাৰ স্বৰূপ বৰ্ধন আৰু তেওঁৰ পৰিয়ালক,এজেহাৰ দাখিল হোজাই থানাত

ৰাজ্যত প্ৰবল ভূমিকম্প।।অভিকেন্দ্ৰ অসম।।
14/09/2025

ৰাজ্যত প্ৰবল ভূমিকম্প।।অভিকেন্দ্ৰ অসম।।

11/09/2025

হোজাই পূব ধনীৰাম পথাৰৰ আশ্ৰমৰ ভূমি জালিয়াটি কৰিছে নেকি হোজাই প্ৰতিষ্ঠিত ব্যৱসায় বাবুল সাহাই,

নে আন কিবা ঘটনাৰ কি কলে বাবুল সাহাই।।

10/09/2025

কিয় ষড়যন্ত্ৰ বলি হল হোজাই হৰি ঔম মণ্ডল।।

04/09/2025

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা।।

04/09/2025

মুখ্যমন্ত্ৰীক কি কলে এজন যুৱকে।।

Address

Hojai
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Live of hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share