News Feed Assam

  • Home
  • News Feed Assam

News Feed Assam A humble initiative to bring forward all important and authentic news and information of regional, n Constructive criticism is always welcome.

শিক্ষিত নিবনুৱা , শিক্ষাৰ্থী , জ্ঞানপিপাসু লোকৰ লগতে সাধাৰণ জনতাৰ সহায়ক হোৱাকৈ নিয়মীয়াকৈ গুৰুত্বপূৰ্ণ বাতৰি আৰু সময়োপযোগী লেখা নিৰপেক্ষভাৱে প্ৰকাশ কৰি সমাজখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ এটি সামান্য প্ৰয়াস ৷ সকলোৰে সহায় সহযোগিতা কামনা কৰিলো ৷ ধনাত্মক সমালোচনাক সদায় আদৰণি জনাম ৷

This is a humble initiative to bring forward important news on a regular basis along with articles of relevance for

students, educated unemployed, knowledge seekers as well as for the general public, thereby making the society a better place to live in. We are looking forward to having your aid, assistance and blessings. DM US FOR PROMOTIONS & SPONSORSHIPS.

অলেখ সপোনে আৱৰা নিদ্ৰাহীন ৰাতিৰ সাৰথি আছিল জুবিন গাৰ্গ। হাঁ‌হিত জুবিন,বিষাদত জুবিন। জুবিন নহ'লে পোহৰ খোজ মাঘৰ দুৱাৰতে স্...
19/09/2025

অলেখ সপোনে আৱৰা নিদ্ৰাহীন ৰাতিৰ সাৰথি আছিল জুবিন গাৰ্গ। হাঁ‌হিত জুবিন,বিষাদত জুবিন। জুবিন নহ'লে পোহৰ খোজ মাঘৰ দুৱাৰতে স্তব্ধ,বহাগৰো একেই কথা,জুবিন বিহীন বিহুত ৰং নাথাকিব।আজিৰ পৰা ফাগুন ফাগুন হয় নাথাকিব। সকলো বোৰ উকা, সকলো বোৰ শেষ। অসমৰ ৰং বোৰ আজি শেষ হয় গল।

বয়সে এক দুইকৈ কুৰিৰ ঘৰলৈ বাট লওতে প্ৰতিটো খোজত আছিল জুবিন।
এতিয়া জুবিন অবিহনে কেনেকৈ আকৌ প্ৰেম কৰিম?
কেনেকৈ বিষাদ কৰিম?
কেনেকৈ হাঁহিম?
কেনেকৈ জীয়াই থাকিম?

Never have felt this hurt before.It feels like the world just felt apart.There's one moon,one sun and one Zubeen Garg.Ca...
19/09/2025

Never have felt this hurt before.
It feels like the world just felt apart.
There's one moon,one sun and one Zubeen Garg.
Can't imagine our life without Zubeen Garg.
Assam lost everything today.

Address


Website

Alerts

Be the first to know and let us send you an email when News Feed Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Feed Assam:

  • Want your business to be the top-listed Media Company?

Share