Paran Sagar's World

  • Home
  • Paran Sagar's World

Paran Sagar's World art, travel, food, entertainment, culture and many more.......

24/02/2025

♂ "Late Pabitra Kumar Borah Memorial Educational Award 2024-25" recipient Bipul Das's flute performance
♂The talented fluteist of Dhakuakhana presented his program by receiving the award in the memory of the late Pabitra Kumar Borah.
゚ Following fans Nandita Gorlosa Atul Bora অতুল বৰা Assamese Culture Department of Agriculture, Assam Junmoni Hazarika Mukut C Nath

11/11/2024

Rito Riba at 6th edition of Jatinga festival..! Fully high-voltage performance......!!


Nandita Gorlosa

Good bye Legend…😰😰 🙏🙏🙏
10/10/2024

Good bye Legend…😰😰
🙏🙏🙏

11/09/2024

♂এই ধৰণৰ সৃষ্টিশীল নৃত্য কৰিও বহু বিনিয়োগকাৰীৰ মন জয় কৰিছিল জালিম চুমী বৰাই। আহক নৃত্যটো উপভোগ কৰো একেলগে।
#দালালচুমী #চুৰুণীচুমী #চোৰবিশাল

21/07/2024

বিদুৰভাই....!!
ৱেব ছিৰিজৰ পিছত এইবাৰ অসমীয়া চলচিত্ৰ জগতখনত জোকাৰণিৰ সৃষ্টি কৰিবলৈ সাজু সুব্ৰত কাকতিৰ বিদুৰভাই। ইয়াত নাই কি আচলতে..??? হাঁহিৰ খোৰাকৰ জড়িয়তে আপোনাৰ মন মগজু চুই যাব প্ৰতিটো কথাই। হাঁহি হাঁহি আপুনি মাজে মাজে কান্দি দিব হয়তো। এনে এখন সুন্দৰ ছবি অসমবাসীক উপহাৰ দিয়াৰ বাবে টিম বিদুৰভাইক অন্তৰৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ।।
Atul Bora অতুল বৰা Nandita Gorlosa #বিদুৰভাই

18/07/2024

Finally 10K family members..!!
Thank you each n everyone. 🙏🙏🙏

07/06/2024

Happy Retirement Captain 🇮🇳

Thank You For Everything ❤️

🦌

03/06/2024

🔷৩,৩০০ টা প্লাষ্টিক বটলেৰে নিৰ্মাণ কৰা নাওৰে ডিব্ৰুগড়ৰ বগীবিলৰ পৰা শনিবাৰে ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰা বুমণি ওৰফে ধীৰাজ বিকাশ গগৈ দেওবাৰে উপস্থিত হয় শিৱসাগৰ দিখৌ মুখৰ ব্ৰহ্মপুত্ৰ ঘাটত। নদীসমূহ প্লাষ্টিক মুক্ত কৰাৰ ক্ষেত্ৰত তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপক সঁচাকৈ শলাগিবলগীয়া

22/05/2024

82 year old Pyarelal (Lakshmikant Pyarelal fame) playing violin to his own old composition. Shreya Ghoshal singing for Lata Mangeshkar. Really amazing🙏

11/03/2024

এটা দিন প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত....
হাফলঙৰ পৰা কিছু নিলগত থকা ছনটিলাত কিদৰে পাৰ কৰিলো এটা দেওবাৰ চাওক...!
#হাফলং Assamese Culture Following

16/02/2024

মাতমৰাৰ লুইতৰ পাৰত আলি আয়ে লৃগা..!

07/02/2024

♂হাফলঙত নগা সকলৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা
♂উত্তৰ-পূৰ্বাঞ্চলৰ হিন্দু নগা সকলৰ সংগঠন "জেলিয়ানগ্ৰঙ হেৰেকা সন্থা"ৰ সোণালী জয়ন্তী উপলক্ষে মণিপুৰ, নাগালেণ্ড আৰু অসমৰ ছয় সহস্ৰাধিক হিন্দু নগা লোকৰ দ্বাৰা হাফলঙত এই কার্যসূচী ৰূপায়ণ।
Nandita Gorlosa

04/02/2024

অসমৰ অন্যতম এটা প্ৰাচীন জনগোষ্ঠী ডিমাছা সকলৰ প্ৰাণৰ উৎসৱ "বুচু ডিমা"ৰ ওপৰত প্ৰস্তুত কৰা এটা সুন্দৰ ভিডিও আপোনালোকৰ বাবে।

Busu Dima Festival....!
Haflong, Dima Hasao

Atul Bora অতুল বৰা Department of Agriculture, Assam
Nandita Gorlosa

14/12/2023

আপোনালোকৰ বহুতৰে অনুৰোধত আজি দিছোঁ লুইতৰ পাৰেদি যাত্ৰা কৰা মোৰ দ্বিতীয়তো video..! কিছুদিন পূৰ্বে প্ৰস্তুত কৰা এইটো video..! এইবাৰ যাত্ৰা মাজুলীৰ দিশত..। এই পথেৰেও অতি কম সময়তে আপুনি উপস্থিত হব পাৰিব সত্ৰভূমি মাজুলীত।
কিছুদিন পূর্বে ঢকুৱাখনাৰ মাতমৰাৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ কৰা দুইলেনযুক্ত পথটোৰ পৰা এটা video দিছিলো। আজি এই পথটোৰ পশ্চিম অংশৰ সুন্দৰ পৰিৱেশটো চাওক এবাৰ।
Assamese Culture Assam Tourism

13/12/2023

আপোনালোকৰ মৰম-চেনেহৰ বাবে আমি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছোঁ "মনৰ কথা" নামৰ এটা বিশেষ অনুষ্ঠান। ইয়াত আমি ভিন্ন বিষয় আপোনালোকৰ বাবে আগবঢ়াম। আজি আমি কিদৰে জৈৱিক কৃষি কৰি এটা সুন্দৰ স্বাস্থ্যৰ লগতে আৰ্থিক ভাৱেও লাভৱান হব পাৰিম তাৰ ওপৰত প্ৰথমটো সাক্ষাৎকাৰ দিব বিচাৰিছোঁ। ডিমা হাছাও জিলাৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া মাননীয় ইলিয়াছ চিদ্দিকী ডাঙৰীয়াৰ এই video টোৰ পাছত আপোনালোকলৈ আগবঢ়াম আলু-বিলাহী, নেমু আদি খেতিৰ লগতে Horticulture Farming, Mushroom Cultivation, Kitchen Gardening আদিৰ ওপৰত বিশেষ video..!
Atul Bora অতুল বৰা Department of Agriculture, Assam

12/12/2023

আমি সকলোৰে উপযোগী হোৱাকৈ "মনৰ কথা" নামৰ এক অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত সমাজৰ ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথাও আপোনালোকৰ আগত আগবঢ়াম। প্ৰথমতে আমাৰ সকলোৰে প্ৰয়োজনীয় কৃষি উপযোগী কেইবাটাও সাক্ষাৎকাৰ আপোনালোকৰ বাবে আগবঢ়াম। আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।

12/12/2023

ক্ৰমাৎ আমাৰ গাঁওবোৰৰ পৰা হেৰাই যাব ধৰা এটি দৃশ্য.....! এতিয়াও কিন্তু জীয়াই আছে কিছু কিছু অঞ্চলত...!

Address


Website

Alerts

Be the first to know and let us send you an email when Paran Sagar's World posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share