Kiran Borgohain

  • Home
  • Kiran Borgohain

Kiran Borgohain পৃথিৱীখন সলনি কৰিবলৈ হ’লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক, উপদেশৰ প্ৰয়োজন নাই😊জয় আই অসম😊

জুবিন দাৰ ভৰিৰ চাপ।
22/09/2025

জুবিন দাৰ ভৰিৰ চাপ।

🙏🙏🙏🙏🙏🙏🙏
21/09/2025

🙏🙏🙏🙏🙏🙏🙏

20/09/2025

লিগিৰী পুখৰী চিকিত্সালয়ত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়॥

20/09/2025

UPDATE
মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হ'ল
★ ৮ বজাৰ বিমানত আহিব জুবিনৰ নশ্বৰ দেহ ★

■ শিৱাণু বৰা

অৱশেষত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈ গ'ল জুবিন গাৰ্গৰ । ছিংগাপুৰ জেনেৰেল হাস্পাতালতে খন্তেক পূৰ্বে সম্পূৰ্ণ কৰা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষা । এতিয়া পৰৱৰ্তী আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ হওঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব । ছিংগাপুৰৰ পৰা আমাৰ হাতলৈ অহা খবৰ অনুসৰি ছিংগাপুৰৰ সময় অনুসৰি নিশা ৮ বজাৰ এখন বিমানযোগে প্ৰথমে নতুন দিল্লীলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ । অৰ্থাৎ ভাৰতীয় সময় মতে সন্ধিয়া ৫.৩০ বজাত ছিংগাপুৰৰ পৰা ভাৰতলৈ আহিব জুবিনৰ নশ্বৰ দেহ । ছিংগাপুৰৰ পৰা বিমানখনে নতুন দিল্লীত অৱতৰণ কৰাৰ পিছত এখন বিশেষ বিমানেৰে গুৱাহাটীলৈ লৈ অহা হ'ব জুবিনৰ নশ্বৰ দেহ । দুয়োখন বিমানৰ সংযোগৰ বাবেও কিছু সময় লাগিব । আমি পোৱা খবৰ অনুসৰি আজি মাজনিশা ১ মান বজাৰ ভিতৰত জুবিনৰ নশ্বৰ দেহ গুৱাহাটীত আহি পোৱাৰ সম্ভাৱনা আছে । দিল্লীৰ বিমান বন্দৰত আনুষ্ঠানিকতাখিনি সম্পন্ন হওঁতে সময় ল'লে কাইলৈ পুৱতি নিশাহে গুৱাহাটী পাবহি জুবিনৰ নশ্বৰ দেহ । অৱশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ভাৰত চৰকাৰৰ বহুকেইগৰাকী ব্যক্তিয়ে যিমান পাৰি ক্ষীপ্ৰতাৰে জুবিনৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ বাবে কালিৰে পৰা অহৰহ চেষ্টা অব্যাহত ৰাখিছে । সকলোৱে অপেক্ষা কৰি আছে জুবিনৰ নশ্বৰ দেহ গুৱাহাটীত আহি পোৱাৰ মুহূৰ্তটোলৈ ।

Good morning everyone✍
19/09/2025

Good morning everyone✍


18/09/2025

Good night

কল্পনাই সৃষ্টি কৰে।যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়।শুভ দুপৰীয়া😊
18/09/2025

কল্পনাই সৃষ্টি কৰে।যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়।
শুভ দুপৰীয়া😊



Good morning everyone😊
18/09/2025

Good morning everyone😊



Shout out to my newest followers! Excited to have you onboard! Preetam Vaid, Уильям Тёрнер, Ritupaban Saikia, Pallavi Go...
17/09/2025

Shout out to my newest followers! Excited to have you onboard! Preetam Vaid, Уильям Тёрнер, Ritupaban Saikia, Pallavi Gogoi Taw, Nibedita Chutia, Chein K Chein, Naba Puja Saikia, Utpal Gogoi, Gitanjali Singh, Manash Khanikar, Satyajit Moran, Papuli Chetia Munu, Prarthana Prarthana, Pallabi Saikia, Babyka B Gogoi, Dipsikha Gogoi, Safikul Islam, Wahida Papu, Ripul Barman, Mousumi Borah Bhuyan, Suman Urang, Hosti Borah, Tulshi Chetri Mahanta, Priyanka Changmai, Jibon Bossa, Dipak Gowala, Barlina Saikia, Biraj Amsong, Biswajit Buragohain, Jukta Ray, Monuj Loying, Niku Mani Baro, Rimpi Dutta, Apsana Begum, Mili Kalita, Koxturii Borgohain Koxturii Borgohain, Ruksana Begum, Sunu Ali, Anima Kumari, Rosedul Hussaim

Good morning everyone💐💐💐💐
17/09/2025

Good morning everyone💐💐💐💐


Good morning🌅🌅🌅
16/09/2025

Good morning🌅🌅🌅


08/03/2023

Address

Nazira Road

785685

Alerts

Be the first to know and let us send you an email when Kiran Borgohain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kiran Borgohain:

  • Want your business to be the top-listed Media Company?

Share