Tangla Press Club

  • Home
  • Tangla Press Club

Tangla Press Club ওদালগুৰি জিলাৰ অন্তৰ্গত সত্যনিষ্ঠ সাংবাদিকতাৰ উদ্দেশ্য টংলা প্ৰেছ ক্লাব।

সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ ক্ৰীড়া সম্পাদক, টংলা আঞ্চলিক সমিতি, আছু'ৰ উপ-সভাপতি, উদীয়মান যুৱ ছাত্ৰ নেতা ...
22/06/2025

সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ ক্ৰীড়া সম্পাদক, টংলা আঞ্চলিক সমিতি, আছু'ৰ উপ-সভাপতি, উদীয়মান যুৱ ছাত্ৰ নেতা পৰাগ ভট্টাচাৰ্যৰ আকস্মিক মৃত্যু ঘটাত মৰ্মাহত হৈছোঁ। আজি তেখেতৰ ঘৰত আমি টংলা প্ৰেছ ক্লাবৰ সদস্যসকল উপস্থিত হৈ পৰিয়ালক শোক বাৰ্তা অৰ্পণ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰোঁ।

"আং অসুৰ" শীৰ্ষক কবিতাপুথিৰ বাবে যুৱ কবি অমৰ খুংগুৰ বড়োলৈ যুৱ সাহিত্য বঁটা।টংলা প্ৰেছ ক্লাব তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰ...
18/06/2025

"আং অসুৰ" শীৰ্ষক কবিতাপুথিৰ বাবে যুৱ কবি অমৰ খুংগুৰ বড়োলৈ যুৱ সাহিত্য বঁটা।
টংলা প্ৰেছ ক্লাব তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো।
১৮ জুন ২০২৫

"आं असुर" खन्थाइ बिजाबनि थाखाय लाइमोन लिरगिरि मुस्रि अमर खुंगुर बर' निसिम 2025 माइथायनि साहित्य अकादमी Yuva Puraskar खौ नाजावनो हानायनि थाखाय दुंब्रुद हामग्लायथि बाउहरबाय।

দৈনিক অসম২ জুন ২০২৫
03/06/2025

দৈনিক অসম
২ জুন ২০২৫

দৈনন্দিন বার্তা ৩ জুন ২০২৫
03/06/2025

দৈনন্দিন বার্তা
৩ জুন ২০২৫

আমাৰ খবৰ টংলাৰ সংবাদসেৱী গৌৰী শংকৰ দাসলৈ ধন্যবাদ জনালোঁ।২ জুন ২০২৫
02/06/2025

আমাৰ খবৰ টংলাৰ সংবাদসেৱী গৌৰী শংকৰ দাসলৈ ধন্যবাদ জনালোঁ।
২ জুন ২০২৫

অসমীয়া প্ৰতিদিন কাকত টংলাৰ সংবাদকৰ্মী নাৰায়ণ ডেকালৈ ধন্যবাদ জনালোঁ।২ জুন ২০২৫
02/06/2025

অসমীয়া প্ৰতিদিন কাকত টংলাৰ সংবাদকৰ্মী নাৰায়ণ ডেকালৈ ধন্যবাদ জনালোঁ।
২ জুন ২০২৫

আজি টংলা প্ৰেছ ক্লাবৰ প্ৰাংগণত কাৰ্যনিৰ্বাহক সভাৰ লগতে সংবাদসেৱী পৰিয়ালৰ চাৰিগৰাকী কৃতী বিদ্যাৰ্থী ক্ৰমে ১)ৰশ্মি ৰয় (হ...
01/06/2025

আজি টংলা প্ৰেছ ক্লাবৰ প্ৰাংগণত কাৰ্যনিৰ্বাহক সভাৰ লগতে সংবাদসেৱী পৰিয়ালৰ চাৰিগৰাকী কৃতী বিদ্যাৰ্থী ক্ৰমে
১)ৰশ্মি ৰয় (হাইস্কুল শিক্ষান্ত পৰীক্ষা) ২) কয়েল দাস( ,হাইস্কুল শিক্ষান্ত পৰীক্ষা )
৩)দীপান্বিতা ডেকা ,(উচ্চতৰ মাধ্যমিক
বিজ্ঞান শাখা) আৰু ৪)বিবেক ৰাভা ,
(উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা)ক বিশেষভাৱে অভিনন্দন জনোৱা হয়।
১ জুন ২০২৫

20/04/2025
দৈনন্দিন বার্তা৫ ডিচেম্বৰ ২০২৪
06/12/2024

দৈনন্দিন বার্তা
৫ ডিচেম্বৰ ২০২৪

Address


Website

Alerts

Be the first to know and let us send you an email when Tangla Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share