Bornali Vlogs

  • Home
  • Bornali Vlogs

Bornali Vlogs YOUTUBE : BORNALI VLOGS
INSTAGRAM : BORNALI VLOGS
(1)

18/07/2025

পেহি ঘৰৰ বছৰেকীয়া সকাম 😊😊😊

এই কবিতাটি পঢ়িলে সকলোৱে নিজৰ জীৱনটোক লৈ বহুত সাহস পাই !!!!
17/07/2025

এই কবিতাটি পঢ়িলে সকলোৱে নিজৰ জীৱনটোক লৈ বহুত সাহস পাই !!!!

এজাক দবাপিতা বৰষুণ 🌧️🌧️🌧️ আপুনালোক ফালে দিলে নে ????
17/07/2025

এজাক দবাপিতা বৰষুণ 🌧️🌧️🌧️ আপুনালোক ফালে দিলে নে ????

বা হঁতৰ লগত......মোৰ শহুৰ দেউতাৰ এগৰাকীয়ে ভনীয়েক আছিল, পেহিৰ চাৰি গৰাকী ছোৱালী আৰু দেউতাৰ চাৰি জন লৰা । এইয়া হৈছে পেহ...
17/07/2025

বা হঁতৰ লগত......
মোৰ শহুৰ দেউতাৰ এগৰাকীয়ে ভনীয়েক আছিল, পেহিৰ চাৰি গৰাকী ছোৱালী আৰু দেউতাৰ চাৰি জন লৰা । এইয়া হৈছে পেহীৰ ছোৱালী , এগৰাকী বাৰু নাই ফটোত ।
আমাৰ মৰমবোৰ সদায় এনেদৰে থাকক 😊😊😊

পেহি ঘৰৰ বছৰেকীয়া সকামত......
16/07/2025

পেহি ঘৰৰ বছৰেকীয়া সকামত......

15/07/2025

দিনটো ইটো সিটো ☺️☺️☺️ গৰমত মুখত আইচকে লগাই দিছো 🥵🥵🥵🥵

15/07/2025

ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছো 😊😊

14/07/2025

কি বৰষুণ দিলে অ
চোতালখনে নিতিতিলে 🤣🤣🤣

2019 বিয়াৰ পিছদিনাৰ ফটো আৰু আনখন এইবছৰৰ ফটো....... কোনখন ভাল লাগিছে আপোনালোকৰ 😊😊😊
14/07/2025

2019 বিয়াৰ পিছদিনাৰ ফটো আৰু আনখন এইবছৰৰ ফটো....... কোনখন ভাল লাগিছে আপোনালোকৰ 😊😊😊

অৰুণাচলত গা ধুবলৈকে ইমান গাড়ীৰ ভিৰ । ডিৰাক গেটৰ পৰা সোনজান লৈকে 😲😲😲
13/07/2025

অৰুণাচলত গা ধুবলৈকে ইমান গাড়ীৰ ভিৰ । ডিৰাক গেটৰ পৰা সোনজান লৈকে 😲😲😲

Good morning 🌞🌞🌞🌞
13/07/2025

Good morning 🌞🌞🌞🌞

12/07/2025

আজিৰ পৰা আপোনালোকৰ বাবে Daily vlog বোৰ দিম ☺️☺️☺️ / দিনটোৰ ইটো সিটো 🥵🥵🥵

Address


Alerts

Be the first to know and let us send you an email when Bornali Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share