I am BJP

I am BJP We are a team of BJP supporters and die hard fan of Hon'ble PM Shri Narendra Modi.

অসমৰ উন্নয়নমুখী যাত্ৰাৰ দুই মহাযোদ্ধাSarbananda SonowalHimanta Biswa Sarma
30/07/2025

অসমৰ উন্নয়নমুখী যাত্ৰাৰ দুই মহাযোদ্ধা
Sarbananda Sonowal
Himanta Biswa Sarma

29/07/2025

মোটা ভাই, এনেকৈ বাওনা গগৈক ধুব নাপায় দেই...

29/07/2025

পাকিস্তানক তথ্য দিয়াৰ স্বাৰ্থত ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ লগত জড়িত প্ৰশ্ন সংসদত উত্থাপন কৰে নেকি গৌৰৱ গগৈয়ে?

29/07/2025

পাকিস্তানী মিডিয়াই ক'লে - গৌৰৱ গগৈয়েহে আচল প্ৰশ্ন সুধিছে। গৌৰৱ গগৈ আমাৰ প্ৰকৃত বন্ধু। কাক তথ্য যোগান ধৰিবলৈ সংসদত গোপন প্ৰশ্ন সুধিছিল গৌৰৱ গগৈয়ে?

29/07/2025

পাকিস্তানৰ এজেণ্টৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানী মিডিয়া : আমাৰ মুখাপিন্ধা সমৰ্থকসকলে কিবা উত্তৰ দিব পাৰিবনে?

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নতুন দিল্লীত সাক্ষাৎ কৰে।...
28/07/2025

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নতুন দিল্লীত সাক্ষাৎ কৰে।
Narendra Modi
Himanta Biswa Sarma

আজি পুৱা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ডুবাইস্থিত ভাৰতৰ কনচুলেট জেনেৰেলত বিদেশ মন্ত্ৰ্য...
27/07/2025

আজি পুৱা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ডুবাইস্থিত ভাৰতৰ কনচুলেট জেনেৰেলত বিদেশ মন্ত্ৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ শীৰ্ষক অনুষ্ঠান "মন কী বাত" শ্ৰৱণ কৰে।
Narendra Modi
Pabitra Margherita

27/07/2025

বিজেপিৰ সমৰ্থক দেশদ্ৰোহী...
এই ভাষা এইজন পাকিস্তানী সমৰ্থকৰ।।

আধুনিক ভাৰতৰ অন্যতম স্বপ্নদ্ৰষ্টা, মহান বিজ্ঞানী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ড০ এ পি জে আব্দুল কালামদেৱক তেখেতৰ পব...
27/07/2025

আধুনিক ভাৰতৰ অন্যতম স্বপ্নদ্ৰষ্টা, মহান বিজ্ঞানী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ড০ এ পি জে আব্দুল কালামদেৱক তেখেতৰ পবিত্ৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

26/07/2025

চাচাই সঁচা কথাকেই কৈ দিলে ।
কংগ্ৰেছে ইমান বছৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা সংখ্যালঘু ৰাইজেই এতিয়া কংগ্ৰেছৰ ওপৰত বিতুষ্ট হৈছে । আজি সন্মূখত পাই খোদ তেওঁলোকৰ 'চাহাবী' সভাপতি গৌৰৱ গগৈকে তুলাধূনা দিলে হাইলাকান্দিৰ এগৰাকী সংখ্যালঘু লোকে ।

Address


Alerts

Be the first to know and let us send you an email when I am BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share