Digital Assam

  • Home
  • Digital Assam

Digital Assam Please follow & like this page

03/08/2025

জুৰীয়াত অনুষ্ঠিত অখিল গগৈৰ সভাত অথন্তৰ।

বিজেপিক জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘু ৰাইজে।

পুনৰাই বিজেপি গ'বেগ ধ্বনি দিবলৈ শিকাই দিলে অখিল গগৈয়ে।

#ৰাইজৰদল #অখিলগগৈ

02/08/2025

শুকুৰ আলীয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃ মিনোৱাৰা পাৰবিনক ।

শুকুৰ আলীৰ এনে জঘন্য কাণ্ডৰ পিছতেই এটা দুৰ্ভগীয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

ঘটনাৰ স্থান কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ভলুকাবাৰী গাঁৱত ।

২১ জুলাই পুৱতি নিশা বোৱাৰী গৰাকীয়ে পলাই পত্ৰং দিছে শুকুৰ আলীৰ লগত ।

এই অভিযোগ আমাৰ নহয়, মহিলা গৰাকীৰ ভুক্তভোগী স্বামীৰ পৰিয়ালে উত্থাপণ কৰিছে এই অভিযোগ।

মহিলা গৰাকীক কোনো সদাসয় ব্যক্তিয়ে দেখা পালে স্থানীয় আৰক্ষী নাইবা পৰিয়ালৰ 9395177698 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

#শুকুৰ #আলী #প্ৰেম #অবৈধ_প্ৰেম .

17/07/2025

কালৰো কাল বিপৰীত কাল,
এইবাৰ মামীক লৈ ভাগিন পলাল।
এইবাৰ মামীৰ প্ৰেমত মচগুল হ'ল ভাগিন।
ঘটনা ধুবুৰী জিলাৰ আগমনীৰ সেন্দুৰাই গাওঁৰ ।

#মামী #ভাগিন

17/07/2025

গোৱালপাৰাত ভয়ংকৰ পৰিস্থিতি। উচ্ছেদিতক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। গুলীচালনাত আহত ২উচ্ছেদিত। হাতে হাতে লাঠি-জোং লৈ আৰক্ষীৰ সৈতে ভয়ংকৰ ঘটনা উচ্ছেদিতৰ।
#ঘৰ #উচ্ছেদ

12/07/2025

👉নগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

👉 উচ্ছেদৰ বিৰোধিতাৰে শতাধিক আমছুৰ নেতাই প্ৰতিবাদ সাব্যস্ত কৰে ।

#উচ্ছেদ #আমছু #ঘৰ-বাৰী

12/07/2025

অভয়াপুৰীত আমছুৰ প্ৰতিবাদী সমদল।

অমানৱীয় উচ্ছেদ আৰু Push Back ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন।

#উচ্ছেদ

12/07/2025

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

27/06/2025

নিচামুক্তি বিষয়ক বাটৰ নাট

#বাটৰনাট

26/06/2025

vdvdsvds

15/06/2025

হঠাৎ দেশজুৰি ভাইৰেল এগৰাকী মুছলমান কণমানি।
কণমানিটিৰ এটা বাংলা গীতে কপাইছে সমগ্ৰ দেশ।
কণ্ঠত যেন যাদু আছে কণমানিটিৰ ।

Video Credit: Nur Islam

15/06/2025

♦️ৰাজ্যৰ ডিজিটেল সংবাদ মাধ্যমত এক নতুন সংযোজন Digital Assam

♦️খবৰক "কেৱল খবৰ" হিচাপে দাঙি ধৰিবলৈ প্ৰতিজ্ঞাবদ্ধ আমি 24×7

♦️ বিশ্বাস যোগ্য আৰু সামাজিক দায়বদ্ধ তাৰে ৰাইজৰ কাষলৈ আহি আছে Digital Assam.

♦️Digital Assam অৰ বাবে আমি ৰাইজৰ পৰা বিচাৰিছোঁ সহযোগীতা আৰু আশিৰ্বাদ।

.

Address


Website

Alerts

Be the first to know and let us send you an email when Digital Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Digital Assam:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share