News Ityadi

News Ityadi Follow this page

14/08/2025

কৰুণাবাৰীৰ পৰা ফতেহপুৰ সংযোগী পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ।

দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান পাই সুখী স্থানীয় ৰাইজ।

13/08/2025

লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বি এম পিত শিংৰা নদীৰ কালৰূপ।
শিংৰা নদীৰ মাথাউৰী চিঙি কেইবাটাও গাওঁ সম্পূৰ্ণ বাবে জলমগ্ন হৈ পৰিছে।

09/08/2025

লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ 4 নং ধৰ্মপুৰত সংগঠিত হৈছে এক আজব ঘটনা।

08/08/2025

শিৱসাগৰত অনুষ্ঠিত হোৱা নাগৰিক সভাত অনাহুত পৰিস্থিতি।
সভাত শৃংখল চলিহাৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া একাংশৰ।

08/08/2025

লখিমপুৰ লালুকত সংঘটিত হৈছে ধ*ৰ্ষ*ণ*ৰ দৰে এক জঘন্য ঘটনা৷টিউচন ছাৰৰ কামনাৰ বলি হল এগৰাকী নাবালিকা ছাত্ৰী৷

07/08/2025

আজি লখিমপুৰত পুনৰ আৰাম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান।
পূৱা ৭ বজাৰ পৰা আৰম্ভ উচ্ছেদ
নাওবৈচাৰ ৰাজহ চক্ৰ অন্তৰ্গত ফুকনদলনী ২৩৭ বিঘা VGR ভূমিত চলিছে প্ৰশাসনৰ বুলড'জাৰ।
১১৪ টা ঘৰত পৰিছে প্ৰসাশনৰ হাতুৰা
তিনি শতাধিক আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলিছে এই অভিযান।

05/08/2025

লখিমপুৰৰ নাওবৈচাৰ ফুকনদলনী অঞ্চলটোৰ ২৩৭ বিঘা VGR ভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান।
ফুকনদলনী উচ্ছেদ স্তলিত লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতৰ এটি সজাতি দ'লে পৰিদৰ্শন কৰাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে

03/08/2025

শিৱসাগৰত মিঞা আৰু সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে জাতীয় সংগঠনৰ অভিযান

28/07/2025

🔶অপাৰেচন সিন্দূৰ" সন্দৰ্ভত লোকসভাত সাংসদ গৌৰৱ গগৈৰ উদাত্ত ভাষণ..

28/07/2025

ON Camera ৰ সন্মুখতেই ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাসত নদীৰ বুকুত জাহ গল এখন মছজিদ

27/07/2025

ৰাজ্যত অব্যাহত আছে পৰকীয়া প্ৰেমঃ
নিজৰ সন্তানক এৰি থৈ বিবাহিত পুৰুষলৈ পলাই যোৱা ঘটনা দিনক দিনে বৃদ্ধি পাব ধৰিছেঃসেই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ৰঙাজান চাৰাভাতিতঃ
নিশা পত্নী নিৰুদ্দেশ৷

Address


Website

Alerts

Be the first to know and let us send you an email when News Ityadi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share