Rumal Live - ৰুমাল লাইভ

  • Home
  • Rumal Live - ৰুমাল লাইভ

Rumal Live - ৰুমাল লাইভ Contact For Promotion👇
__Whatsapp:- 8403992470__
(1)

তেতিয়া শব্দৰ দাম আছিল ! ১১ টকাৰ কাৰ্ড scratch কৰি ৰিছাৰ্জ কৰিলে ১০০ টা SMS পোৱা গৈছিল ! প্ৰতিটো SMS 'ত শব্দ, সংখ্যাৰ li...
24/06/2025

তেতিয়া শব্দৰ দাম আছিল ! ১১ টকাৰ কাৰ্ড scratch কৰি ৰিছাৰ্জ কৰিলে ১০০ টা SMS পোৱা গৈছিল ! প্ৰতিটো SMS 'ত শব্দ, সংখ্যাৰ limitation অ' আছিল ! কথা পাতোতে-পাতোতে শেষ হৈ গলেওঁ অনলাইন ৰিছাৰ্জ কৰাৰ সুযোগ, সুবিধা নাছিল ! সেয়ে প্ৰতিটো শব্দ বৰ ভাবি-চিন্তি লিখিব লগা হৈছিল ! তেতিয়া এটা ' S ' লিখাৰ কাৰণে keypad টোত চাৰিবাৰমান টিপিব লাগিছিল ! তথাপিও কোনেও বিৰক্ত নহৈছিল ! SMS ডাঙৰ হৈ গলে সেইটোক কাটি-কুটি সৰু কৰি প্ৰেৰণ কৰিব লাগিছিল ! তেতিয়া Green Tick লৈও ঝামেলা নহৈছিল ! অনলাইন নে অফলাইন দেখাৰ সুযোগো নাছিল !
আছিল প্ৰতিটো SMS ৰ পিছত দুই, তিনি মিনিটৰ অপেক্ষা !
ৰাতিৰ Good Night আৰু পুৱাৰ Good Morning কোৱাৰ কাৰণে বেলেগকৈ SMS বচাই ৰখা; তেতিয়া Emoji নাছিল, আৱেগবোৰক অনুভৱত বুজি ল'ব লাগিছিল !
তেতিয়া শব্দৰ দাম আছিল…
আবেগৰ দাম আছিল...
অপেক্ষাৰ দাম আছিল...
Efforts'ৰ দাম আছিল.....! 🖤..


শিৱসাগৰৰ শিৱদৌল, কি নান্দনিক পৰিৱেশ 😍
16/06/2025

শিৱসাগৰৰ শিৱদৌল, কি নান্দনিক পৰিৱেশ 😍


🔱♥️
26/05/2025

🔱♥️

16/05/2025

এইবোৰ কণ্ঠ ভাইৰেল হ'ব লাগে 💟✨




😋♥️
16/05/2025

😋♥️

14/05/2025

কাজিৰঙা বৰ ধুনীয়া Ritu duttaৰ কণ্ঠত.❤️
সংগীতানুষ্ঠানৰ বাবে যোগাযোগ:- 8822900953....



03/05/2025

তুমি থাকিলে বেলেগৰ প্ৰয়োজনেই নাই ❣️



20/04/2025

আচুৰ্য বৰপাত্ৰৰ সৈতে কেনেকৈ কনমানিজনে গীত গাইছে চাওঁকচোন এটি মৰম লগা ভিডিঅটো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব.....❤️✨...




18/04/2025

Motu Patlu in Assamese version 😂📌....



12/04/2025

তুম হি বুক কা কলিজা 🙄📌

12/04/2025

বিহুৰ বতৰত এটা বিশেষ বিহুগীতে খলকনি লগাইছে সমগ্ৰ অসমত..অৱশেষত মুক্তি লাভ কৰিলে প্ৰণয়ন শৰ্মাৰ এটি নতুন গীত "চৰাই মনোমতি" "বৰ অসম"ৰ জৰিয়তে অসমত খলকনি লগোৱা প্ৰণয়নৰ বিহু "চৰাই মনোমতি"য়ে এতিয়া ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছে আহকচোন একেলগে আমি উপভোগ কৰোঁ তেনেহলে সকলোৱে এবাৰ শুনিবচোন ❤✨..!!

https://youtu.be/BFX5xBimc6s?si=Uf3qiGhmOqEJ_Uyg

_বিহু মঞ্চৰ বাবে যোগাযোগ নম্বৰ --9365084076_

Send a message to learn more

09/04/2025

ভিডিঅ'টো চাই বহুত দুখ লাগি গ'ল 😭 💔. . . .



Address


Alerts

Be the first to know and let us send you an email when Rumal Live - ৰুমাল লাইভ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share