Pranjal puzari

  • Home
  • Pranjal puzari

Pranjal puzari pranjal puzari officially

With Pratham Khabar 24x7 – I'm on a streak! I've been a top fan for 4 months in a row. 🎉
18/11/2025

With Pratham Khabar 24x7 – I'm on a streak! I've been a top fan for 4 months in a row. 🎉

*ৰংপুৰ পঞ্চায়ত গঠিত হ'ল কংগ্ৰেছ , নিৰ্দলীয় আৰু বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ দ্বাৰা সকলোৰে সহমতত ই এটা শুভ লক্ষণ**শিৱসাগৰত ...
11/07/2025

*ৰংপুৰ পঞ্চায়ত গঠিত হ'ল কংগ্ৰেছ , নিৰ্দলীয় আৰু বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ দ্বাৰা সকলোৰে সহমতত ই এটা শুভ লক্ষণ*

*শিৱসাগৰত গঠিত ৰংপুৰ পঞ্চায়ত ব্যতিক্ৰম হিচাপে*

*এক কথাত কবলৈ গলে নাথাকে কোনো এটা বিশেষ দলৰ ৰাজনৈতিক হস্তক্ষেপ । সকলোকে সমান হিচাপে লৈ আগবাঢ়ি যাব বুলি বিশ্বাস হৈছে গঠন প্ৰক্ৰিয়া দেখি*

*সভানেত্ৰী হিচাপে সৰ্ব সন্মতি মৰ্মে নিৰ্বাচিত অঞ্জনা হাজৰিকা দাস*

আজি ৰংপুৰ পঞ্চায়তৰ কাৰ্যলয়ত অনুষ্ঠিত সভাপতি নিৰ্বাচনী প্ৰক্ৰিয়াত পঞ্চায়তটোৰ দহ গৰাকী সদস্যৰ ভিতৰত আটাইকেই গৰাকী সদস্যই অঞ্জনা হাজৰিকা দাসক পঞ্চায়তটোৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত কৰে ।

আনহাতে,উপ সভাপতি ৰূপে নিৰ্বাচিত হয়
জিতামণি দত্ত বৰুৱা।

আজিৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া ডেনিছ দত্ত আৰু অনিৰ্বাণ শৰ্মা

উল্লেখযোগ্য যে ৰংপুৰ পঞ্চায়তৰ সভাপতি আসন খন মহিলাৰ বাবে সংৰক্ষিত আছিল ।
পঞ্চায়তটোৰ দহ টা ৱাৰ্ডৰ ভিতৰত ৮ খন নিৰ্দলীয় আৰু বিজেপি ২ খন কংগ্ৰেছে লাভ কৰিছিল ゚

ঐতিহ্যমণ্ডিত প্ৰসিদ্ধ শিৱসাগৰত জন্ম গ্ৰহণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী অসমী আইৰ সুযোগ্য সন্তান তুমি অসমৰ ভাষা আন্দোলনৰ অন্...
04/07/2025

ঐতিহ্যমণ্ডিত প্ৰসিদ্ধ শিৱসাগৰত
জন্ম গ্ৰহণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী
অসমী আইৰ সুযোগ্য সন্তান তুমি
অসমৰ ভাষা আন্দোলনৰ অন্যতম কাণ্ডাৰী
জনালোঁ শত সহস্ৰ প্ৰণাম ।
গুৱাহাটীৰ কটন কলেজৰ ছাত্ৰাৱাসত
ঢলি পৰিছিলা তুমি বুকুত লৈ পুলিচৰ গুলি
ৰাঙলী হৈছিল আৱাস গৃহৰ মজিয়া
তোমাৰ বুকুৰ তেজেৰে ইতিহাস লিখি
তোমাৰ নামেৰে নামাকৰণ
কটন কলেজৰ ছাত্ৰাৱাস
স্মৃতি তোমাৰ যুগমীয়া কৰি ।

হে বীৰ শ্বহীদ গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি
শ্ৰদ্ধাঞ্জলি জনাইছো তোমাৰ স্মৃতি সুঁৱৰি আমি ।
"জয় আই অসম "

29/06/2025

🛑 NEWS | শিৱসাগৰৰ সাংবাদিক প্রাঞ্জল পূজাৰীলৈ দক্ষ সাংবাদিকতাৰ বঁটা

https://publicapp.co.in/video/sp_bik51bneuaff9?share=true
22/06/2025

https://publicapp.co.in/video/sp_bik51bneuaff9?share=true

Sibsagar, Sivasagar : শিৱসাগৰ: সদৰত এছ কে পেট্ৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

https://public.app/video/sp_3645mp3emxyw7?utm_medium=android&utm_source=share
22/06/2025

https://public.app/video/sp_3645mp3emxyw7?utm_medium=android&utm_source=share

Sibsagar, Sivasagar : শিৱসাগৰ: ঐতিহাসিক ৰংঘৰৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱস উদযাপন, অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰি...

Address


Website

Alerts

Be the first to know and let us send you an email when Pranjal puzari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pranjal puzari:

  • Want your business to be the top-listed Media Company?

Share