Deta & Deha

Deta & Deha আহক দেতা আৰু দেহাৰ লগত পৃথিৱীৰ বিষয়ে আলোচনা কৰো, কিতাপ পঢ়োঁ আৰু নানা কথা শিকো!

Birds in the sky carries the dreams of the earth (P.C. Binod)
11/08/2025

Birds in the sky carries the dreams of the earth (P.C. Binod)

10/08/2025

বাৰিষাৰ চিনাকি ছবি ! #বাৰিষা #হেপাহ #পথাৰ

10/08/2025

ভৈৰৱকুণ্ড! #অসম

শৰৎৰ আগলি বতৰা।    #শৰৎ    #অসম
10/08/2025

শৰৎৰ আগলি বতৰা। #শৰৎ #অসম

08/08/2025
বনৰীয়া ফুল!
07/08/2025

বনৰীয়া ফুল!

29/07/2025

 #কুইজএইবিধ কি প্ৰজাতিৰ উদ্ভিদ?
27/07/2025

#কুইজ
এইবিধ কি প্ৰজাতিৰ উদ্ভিদ?

26/07/2025

#হাতীআৰুমাউত
হাতী আৰু মাউতৰ সম্পৰ্ক আকৰ্ষণীয়। তলৰ ভিডিঅ'ত কেনেকৈ হাতীটোৱে গাদী বান্ধিবৰ বাবে একান্তভাৱে মাউতৰ ৰ্নিদেশ পালন কৰিছে উপভোগ কৰকছোন।

একলা দুকলাকৈ বাঢ়ি অহা আমাৰ  #দেহা
26/07/2025

একলা দুকলাকৈ বাঢ়ি অহা আমাৰ #দেহা

24/07/2025

গঁড়ে কেনেকৈ পানী খায়?

Address


Alerts

Be the first to know and let us send you an email when Deta & Deha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share

Our Story

ল'ৰাটোৱে Youtube চাই ভাল পায়। মহানগৰীৰ এই জীৱনত তাৰ আজৰি সময়ত মোবাইলটোৱে মাজে মাজে সংগী হৈ উঠে।

পিছে, Youtube ৰ ভিডিও চাই ABCD শিকা ল'ৰাটোক আমি অসমীয়া আৰু অসমৰ বিভিন্ন কথা শিকাবলৈ আপ্ৰাণ চেষ্টা কৰোঁ। সেয়ে বহুদিনৰ পৰা বুকুত এটা সপোন বান্ধি লৈ ফুৰিছিলোঁ যে এটা Youtube channel হব যিয়ে মোৰ সন্তানৰ নিচিনা হাজাৰটা ল'ৰা-ছোৱালীক অসমীয়া আৰু অসমৰ বিষয়ে শিকাব।

ল'ৰা ডাঙৰ হ'ল। নিজে নিজে জোঁতাই অসমীয়া পঢ়িব পৰা হ'ল। কিন্ত মোৰ সপোনটো ৰৈ গ'ল। বহুজনৰ লগত কথা পাতি অনুভৱ হ'ল যে এই কামটো চোন ময়ে মোৰ পৰিয়ালৰ সৈতে কৰিব পাৰো। তাৰেই ফলস্বৰূপে এই ভিডিও চিৰিজটোৰ জন্ম হ'ল।

আপোনাৰ সন্তানটিয়ে মোৰ ল'ৰাটোৰ সৈতে শিকিলে নথৈ আনন্দিত হ'ম।