Kamaljyoti Hazarika

Kamaljyoti Hazarika Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kamaljyoti Hazarika, Sonari.

সোণাৰি পঞ্চায়তৰ ৭ নং আৰু ৮ নং ৱাৰ্ডৰ জ্যেষ্ঠজনৰ লগত......Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ Kamal Jyoti Hazarika
06/07/2025

সোণাৰি পঞ্চায়তৰ ৭ নং আৰু ৮ নং ৱাৰ্ডৰ জ্যেষ্ঠজনৰ লগত......
Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ
Kamal Jyoti Hazarika

15/03/2025
14/03/2025

শ্ৰীশ্ৰী মহাবিষ্ণু আৰু মা ভাগৱতী নাৰায়ণীৰ আশীৰ্বাদে সকলোৰে জীৱন ধন্য কৰক। ফাকুৱা তথা দৌল উৎসৱৰ সনাতনী শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

14/03/2025

শ্যামকানু খেলে হোলী আবিৰ উৰাই।
দুলি দুলি নাচে সবে ৰঙে ৰং লগাই।।

সমূহ অসমবাসীৰ লগতে চৰাইদেউ জিলাবাসী ৰাইজলৈ ৰঙৰ উৎসৱ "ফাকুৱা আৰু দৌল উৎসৱ"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক, আমাৰ মাজৰ সকলো ভেদা-ভেদ পাহৰি ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোনেৰে শান্তি-সমৃদ্ধি আৰু ভাতৃত্ববোধেৰে পৰিপূৰ্ণ এখন সমাজ গঢ়িবলৈ আজিৰ এই পৱিত্ৰ ক্ষণত আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ।

Address

Sonari

Website

Alerts

Be the first to know and let us send you an email when Kamaljyoti Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share