
15/04/2025
#বহাগবিহু
( to all my great friends with a Bohag Bihu special delicious breakfast 🥰)
সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ 🙏 আহি থকা নতুন বছৰটো সকলোৰে বাবে মংগলময় হওঁক ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা 🙏💐💐💐💐💐