মাজুলীৰ সংবাদ -Majulir Sangbad

  • Home
  • মাজুলীৰ সংবাদ -Majulir Sangbad

মাজুলীৰ সংবাদ -Majulir Sangbad নিৰ্ভীক, নিৰপেক্ষ আৰু সততাৰে সংবাদ সেৱা।

৮ চেপ্তেম্বৰত আউনীআটী বিশ্ববিদ্যালয়ত জন্ম শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠান : "ভূপেন হাজৰিকাৰ দৃষ্টিদৰ্শনে বিশ্বমানৱক সামৰি লৈছ...
09/09/2025

৮ চেপ্তেম্বৰত আউনীআটী বিশ্ববিদ্যালয়ত জন্ম শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠান : "ভূপেন হাজৰিকাৰ দৃষ্টিদৰ্শনে বিশ্বমানৱক সামৰি লৈছিল" : ড° পীতাম্বৰ দেৱ গোস্বামী◼️ৰাজ্য চৰকাৰক 'ভূপেন্দ্ৰ-অভিধান' প্ৰণয়নৰ প্ৰস্তাৱ ড° পীতাম্বৰ দেৱ গোস্বামীৰ◼️ভূপেন হাজৰিকাক 'বিশ্বমানৱ-ৰত্ন' অভিধা প্ৰদানৰো পোষকতা

09/09/2025

মাজুলী জিলাৰ উজনী মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাম চাপৰি ৰাজহ গাৱঁৰ পোলোঙানীত এগৰাকী অকলশৰীয়া মহিলাৰ চৌহদত আইন অমান্য কৰি ব'লডজাৰ চলালে জৈনেক বৰা উপাধীৰ এজন ব্যক্তিয়ে ÷ গুৰুতৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ --

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি  প্ৰায় এহেজাৰ ছাত্ৰ-ছাত...
08/09/2025

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীৰ অংশ গ্ৰহণেৰে মাজুলী কাছাৰী ময়দানত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী পালন : অনুষ্ঠানৰ আৰম্ভণিতে মাজুলী জিলাৰ আয়ুক্ত ই প্ৰয়াত বিশ্ববিশ্ৰুত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। পুস্পাঞ্জলী নিবেদন কৰে মাজুলী জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকে ।

" ভূপেন হাজৰিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে "- জয়ন্ত দত্তনামনি মাজুলীৰ বৰমুকলিত সুধা কন্ঠ ড০ ভূপেন হাজৰিকা...
08/09/2025

" ভূপেন হাজৰিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে "- জয়ন্ত দত্ত

নামনি মাজুলীৰ বৰমুকলিত সুধা কন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন :

08/09/2025

ভাৰতৰত্ন , সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবার্ষিকীত শিল্পী জনলৈ শ্রদ্ধা জনাই চিংকী বৰুৱাৰ কণ্ঠত তেখেতৰ কালজয়ী গীত---

08/09/2025

উজনি মাজুলী গাঁও প্ৰধান সন্থাৰ উদ্যোগত অৱসৰপ্ৰাপ্ত গাঁও প্ৰধান সকলৰ সম্বৰ্দ্ধনা সভা
÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷÷

08/09/2025

# অসম চৰকাৰৰ জাননী অবিহনে ২০২০ বৰ্ষত গাওঁ প্ৰধান পদৰ পৰা তাৎক্ষনিক ভাৱে মাজুলীৰ ২০ জন গাওঁপ্ৰধানক স্ব-ইচ্ছাই অৱসৰ দিলে সেই সময়ৰ মাজুলী ৰাজহ চক্ৰ বিষয়া আৰু উজনী মাজুলী ৰাজহ চক্ৰ বিষয়াই , চৰকাৰী জাননী উলাইছিল ২০২১ বৰ্ষতহে ---

# ২০২১ বৰ্ষত অৱসৰ গ্ৰহণ কৰা গাওঁপ্ৰধান সকলে চৰকাৰ এককালীন সাহাৰ্য লাভ কৰাৰ সম্ভাৱনা আছে যদিওঁ ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা সেই সকল মাজুলীৰ গাওঁপ্ৰধান আজিও চৰকাৰৰ এককালিন আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত --

# মাজুলীৰ ৰাজহ চক্ৰ আৰু উজনী মাজুলী ৰাজহ চক্ৰ বিষয়া দুগৰাকীয়ে ২০২০ বৰ্ষত জোৰজৱৰদস্তি মাজুলীৰ ২০ জন গাঁও প্ৰধানক স্বইচ্ছাই দায়িত্বৰ পৰা আঁতৰাই দিয়াৰ গুৰুতৰ অভিযোগ ---

08/09/2025

আমাৰ চহকী সংস্কৃতি 'ভাঁওনা'----

08/09/2025

শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ, ভকতচাপৰিত ৰাস উদযাপন সমিতিৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উদযাপনৰ নাট মেলা পৰ্ব

ভকত চাপৰিৰ বৃহত্তৰ অঞ্চলবাসীয়ে এইবাৰ পোন প্ৰথম বাৰৰ বাবে ৰাস উদযাপন কৰিব ---

08/09/2025

অসম সাহিত্য সভাই দেশে-বিদেশে বছৰজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰিব সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ---

শুভৰাত্ৰি----
08/09/2025

শুভৰাত্ৰি----

07/09/2025

ৰঙাচাহীত কেইবাশতাধিক আবৃত্তিকাৰে আবৃত্তি কৰিলে মৃত্যু জিনাৰ গান

Address


Website

Alerts

Be the first to know and let us send you an email when মাজুলীৰ সংবাদ -Majulir Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মাজুলীৰ সংবাদ -Majulir Sangbad:

  • Want your business to be the top-listed Media Company?

Share