Udalguri News

  • Home
  • Udalguri News

Udalguri News This page is for all Udalgurians.

হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
05/10/2025

হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

📍Kokrajhar
05/10/2025

📍Kokrajhar

05/10/2025

BTC ৰ ডেপুটী চীফ হিচাপে শপত ললে ৰিহন দৈমাৰীয়ে

কাইলৈ বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত লব ভৈৰৱকুণ্ড সমষ্টিৰ নৱ নিৰ্বাচিত MCLA ৰিহন দৈমাৰীয়ে!
04/10/2025

কাইলৈ বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত লব ভৈৰৱকুণ্ড সমষ্টিৰ নৱ নিৰ্বাচিত MCLA ৰিহন দৈমাৰীয়ে!

কাইলৈ নৱ নিৰ্বাচিত BTC চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান
04/10/2025

কাইলৈ নৱ নিৰ্বাচিত BTC চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

ভৈৰৱকুণ্ড সমষ্টি হৈছে গোৰ্খা সম্প্ৰদায়ৰ সৰ্বাধিক সংখ্যক লোকৰ বসতিৰ সমষ্টি। সেই পৰিপ্ৰেক্ষিতত সমষ্টিৰ গোৰ্খা ৰাইজে BPF প...
28/09/2025

ভৈৰৱকুণ্ড সমষ্টি হৈছে গোৰ্খা সম্প্ৰদায়ৰ সৰ্বাধিক সংখ্যক লোকৰ বসতিৰ সমষ্টি। সেই পৰিপ্ৰেক্ষিতত সমষ্টিৰ গোৰ্খা ৰাইজে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ ওচৰত বিশেষ অনুৰোধ জনাইছে।তেওঁলোকৰ দাবী অনুসৰি, গোৰ্খা সম্প্ৰদায়ৰ নমিনেটেড MCLA ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰদান কৰিব লাগে । স্থানীয় ৰাইজৰ মতে, এই দাবী কোনো ব্যক্তিগত স্বাৰ্থ নহয়, বৰং গোটেই ৰাইজৰ ন্যায্য দাবি। ৰাইজৰ বিশেষ আস্থা হাগ্ৰামা মহিলাৰীৰ প্ৰতি

মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
28/09/2025

মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

আজি কোকৰাঝাৰত অনুষ্ঠিত বিপিএফৰ গুৰুত্বপূৰ্ণ বৈঠকত ৰিহন দৈমাৰীক ডেপুটী চীফ হিচাপে ঘোষণা
27/09/2025

আজি কোকৰাঝাৰত অনুষ্ঠিত বিপিএফৰ গুৰুত্বপূৰ্ণ বৈঠকত ৰিহন দৈমাৰীক ডেপুটী চীফ হিচাপে ঘোষণা

Udalguri District Final Result BTC Election
27/09/2025

Udalguri District Final Result
BTC Election

ওদালগুৰি জিলাত একমাত্ৰ আসনত জয়লাভ UPPLৰভেৰগাঁওৰ UPPL প্ৰাৰ্থী  দাউবৈশা বড়োৰ জয়লাভ।
26/09/2025

ওদালগুৰি জিলাত একমাত্ৰ আসনত জয়লাভ UPPLৰ
ভেৰগাঁওৰ UPPL প্ৰাৰ্থী দাউবৈশা বড়োৰ জয়লাভ।

বিধ্বস্ত BJP-UPPL
26/09/2025

বিধ্বস্ত BJP-UPPL

খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ জয়লাভ
26/09/2025

খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ জয়লাভ

Address


Website

Alerts

Be the first to know and let us send you an email when Udalguri News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share