Report8

Report8 Voice Of People

23/03/2026

মনোনয়ন পত্ৰ দাখিল কৰি প্ৰথম প্ৰতিক্ৰিয়া দিলে বিধায়ক ৰেকিবুদ্দিন আহমেদ।

ছমৰীয়া সমষ্টিত আপুনি বিধায়ক হিচাপে কোন জন প্ৰাৰ্থীক বিচাৰে জনাওক আপোনাৰ মতামত   VS    VS
17/03/2026

ছমৰীয়া সমষ্টিত আপুনি বিধায়ক হিচাপে কোন জন প্ৰাৰ্থীক বিচাৰে

জনাওক আপোনাৰ মতামত

VS
VS

17/03/2026

ফোন ৰেকৰ্ডিং: ভাইৰেল হৈ পৰিছে জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটোৰ ইনজামামুল আৰু মমিনুৰৰ কথোপকথন; সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

AIUDF ৰ দ্বিতীয় পাৰ্থী তালিকা প্ৰকাশ
17/03/2026

AIUDF ৰ দ্বিতীয় পাৰ্থী তালিকা প্ৰকাশ

🔸AIUDF ৰ দ্বিতীয় পাৰ্থী তালিকা প্ৰকাশ🔸নৱগঠিত ২৭ নং ছমৰীয়া বিধানসভা সমষ্টিত 🔸ইমদাদ হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান এ আই ইউ ডি...
17/03/2026

🔸AIUDF ৰ দ্বিতীয় পাৰ্থী তালিকা প্ৰকাশ
🔸নৱগঠিত ২৭ নং ছমৰীয়া বিধানসভা সমষ্টিত
🔸ইমদাদ হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান এ আই ইউ ডি এফৰ

15/03/2026

প্ৰাৰ্থীত্ব লাভ কৰি ছমৰীয়া সমষ্টিত উপস্থিত ৰেকিবুদ্দিন আহমেদ

সামাজিক মাধ্যমত অধিবক্তা ৰফিকুল ইছলামৰ আবেগিক পোষ্ট
15/03/2026

সামাজিক মাধ্যমত অধিবক্তা ৰফিকুল ইছলামৰ আবেগিক পোষ্ট

🛑ঘোষণা হল অসম বিধান সভা নিৰ্বাচনৰ দিন👉৯ এপ্রিলত নির্বাচন👉৪ মে'ত ফলাফল   ゚viralfbreelsfypシ゚viral      ゚
15/03/2026

🛑ঘোষণা হল অসম বিধান সভা নিৰ্বাচনৰ দিন

👉৯ এপ্রিলত নির্বাচন

👉৪ মে'ত ফলাফল

゚viralfbreelsfypシ゚viral ゚

15/03/2026

নৱ গঠিত ছমৰীয়া সমষ্টিৰ কালাতলী দাসপাৰা চাৰি আলিত এক ব্যতিক্ৰমী দৃশ্য। বিধায়ক ৰেকিবুদ্দিন আহমেদক ওচৰৰ পৰা পাবলৈ আৰু আদৰণি জনাবলৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ। হাতত দলীয় পতাকা আৰু মুখত হাঁহি লৈ হাজাৰ হাজাৰ সমৰ্থকে জনালে উষ্ম আদৰণি।


সামাজিক মাধ্যমত অধিবক্তা আমান ৱাদুদৰ বিশেষ পোষ্ট
14/03/2026

সামাজিক মাধ্যমত অধিবক্তা আমান ৱাদুদৰ বিশেষ পোষ্ট

📌AJPলৈ ১১খন আসন এৰিলে কংগ্ৰেছে📌APHLCলৈ ২খন আসন📌CPI(ML)ক ২খন আসন এৰি দিলে কংগ্ৰেছে
14/03/2026

📌AJPলৈ ১১খন আসন এৰিলে কংগ্ৰেছে
📌APHLCলৈ ২খন আসন
📌CPI(ML)ক ২খন আসন এৰি দিলে কংগ্ৰেছে

  ~ 👉আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্রকাশ👉২৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা  ...
14/03/2026

~

👉আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্রকাশ

👉২৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

゚ ゚viralfbreelsfypシ゚viral

Address


Website

Alerts

Be the first to know and let us send you an email when Report8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your business to be the top-listed Media Company?

Share