Moirabari Press Club

  • Home
  • Moirabari Press Club

Moirabari Press Club MOIRABARI PRESS CLUB- DEDICATED FOR THE WELFARE OF PUBLIC ,NATION AND SOCIETY

ধিং সমষ্টি উন্নয়নৰ যাত্ৰালৈ এখোজ।
22/05/2026

ধিং সমষ্টি উন্নয়নৰ যাত্ৰালৈ এখোজ।

প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন
21/05/2026

প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন

21/05/2026

মৈৰাবাৰী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি মেহবুব মুক্তাৰ ডাঙৰীয়া ধিং বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আজি অসম বিধান সভাৰ মজিয়াত বিধায়ক হিচাপে শপত গ্ৰহণ কৰে।

মৈৰাবাৰী প্ৰেছক্লাৱক জীৱনৰ সোণালী সময়,শ্ৰম আৰু নতুন গতি প্ৰদান কৰা মৈৰাবাৰী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা ধিং সমষ্টিৰ...
18/05/2026

মৈৰাবাৰী প্ৰেছক্লাৱক জীৱনৰ সোণালী সময়,শ্ৰম আৰু নতুন গতি প্ৰদান কৰা মৈৰাবাৰী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা ধিং সমষ্টিৰ নৱ নিৰ্বাচিত সন্মানীয় বিধায়ক মেহবুব মুক্তাৰ ডাঙৰীয়াক ১৭/০৫/২০২৬ তাৰিখে প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত মৈৰাবাৰী প্ৰেছ ক্লাৱৰ পৰিয়ালবৰ্গৰ পৰা অভিনন্দন আৰু সম্বৰ্ধনা জনোৱাৰ মূহুৰ্ত।

বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সামাজিক,সাংস্কৃতিক আৰু সাহিত্য জগত খনৰ এটি নিৰ্ভৰযোগ্য অনুষ্ঠান হৈছে 'মৈৰাবাৰী প্ৰেছ ক্লাব'। মৈৰ...
27/03/2026

বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সামাজিক,সাংস্কৃতিক আৰু সাহিত্য জগত খনৰ এটি নিৰ্ভৰযোগ্য অনুষ্ঠান হৈছে 'মৈৰাবাৰী প্ৰেছ ক্লাব'। মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সংবিধান অনুসৰি কোনো সক্ৰিয় ৰাজনীতিত জড়িত থকা ব্যক্তি প্ৰেছ ক্লাৱৰ সভাপতি বা অন্যান্য দায়িত্বত থাকিব নোৱাৰে। সেয়েয়ে প্ৰেছ ক্লাৱৰ পূৰ্বৰ সংবিধান অলপ সালসলনি কৰি সাহিত্যৰ লগত জড়িত ব্যক্তিও প্ৰেছ ক্লাৱৰ পদবীত থাকিব পাৰিব বুলি প্ৰস্তাৱ আকাৰে গৃহীত কৰা হৈছে। সভাপতিৰ দ্বায়িত্বত থকা মেহবুব মুক্তাৰ ডাঙৰীয়াই ইতিমধ্যে সক্ৰিয় ৰাজনীতিত জড়িত হোৱাত তেওঁ সভাপতি পদৰ পৰা অব্যাহতি লৈছে।আনহাতে সাহিত্য আৰু সংবাদ সেৱাৰ এটি উমৈহতীয়া অনুষ্ঠান 'প্ৰেছ ক্লাব'ৰ প্ৰেক্ষাগৃহত এটি গুৰুত্বপূৰ্ণ সভাৰ জৰিয়তে আৰু সৰ্বসন্মতিক্ৰমে খালি হোৱা সভাপতিৰ পদত মৈৰাবাৰীৰ সংবাদ মাধ্যম,সাহিত্য চৰ্চা,আৰু বিভিন্ন সামাজিক ক্ষেত্ৰৰ এটি চিনাকি চেহেৰা বাহাৰুল উলুম চৌধুৰী ডাঙৰীয়াক সভাপতি নিৰ্বাচিত কৰা হয়। সম্পাদনক হিচাপে পূৰ্বৰ দায়িত্বত থকা শ্বৰিফুল হক ডাঙৰীয়াই সেই দায়িত্ব পালন কৰিব।

11/07/2025
11/04/2025
।সমাজ সজাগ হলে অপৰাধ যথেষ্ট নিয়ন্ত্ৰণ হ'ব আৰু উঠি অহা প্ৰজন্মই ভাল সমাজ এখন আগন্তুক দিনত পাবলৈ সক্ষম হব। মৈৰাবাৰীৰ ৰাইজ...
06/09/2024

।সমাজ সজাগ হলে অপৰাধ যথেষ্ট নিয়ন্ত্ৰণ হ'ব আৰু উঠি অহা প্ৰজন্মই ভাল সমাজ এখন আগন্তুক দিনত পাবলৈ সক্ষম হব। মৈৰাবাৰীৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ।

Address


Alerts

Be the first to know and let us send you an email when Moirabari Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share