AINA 24x7

AINA 24x7 Digital Media

08/06/2026
08/06/2026

কলা চাউলৰ বিতৰ্কডিব্ৰুগড়ৰ পৰা কলা চাউল ক্ৰয় কৰা অৰুণাচলৰ এগৰাকী মহিলা আচৰিত হৈ পৰে, যেতিয়া ৰন্ধাৰ আগতে চাউলখিনি ধোওঁতে তাৰ ক'লা ৰংটো নোহোৱা হৈ যায়।

এই ঘটনাই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে

07/06/2026

দেৰগাঁৱৰ ৰঙামাটি টোলগে'টত উত্তপ্ত পৰিস্থিতি।
নৈশ বাছৰ কৰ্মচাৰী আৰু টোলগেটৰ কৰ্মচাৰীৰ সংঘাত

07/06/2026

বীৰ লাচিত সেনা , অসমৰ উদ্যোগত স্বাস্থ্য শিৱিৰ ।
প্ৰতিকূল বতৰকো নেওচি ৰাইজৰ সঁহাৰি ।
টিংৰাই আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয়টি স্বাস্থ্য শিৱিৰ ।

07/06/2026

তিনিচুকীয়াৰ বীৰ জোৱান ভাৰতীয় সেনা শ্ৰীনগৰ লাডাকত on duty চাই কেইজন বন্ধুক পাই আনন্দতবীৰ জোৱান।

07/06/2026

আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ শ্বহীদ দিৱস।
আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) নাওহলীয়া উপ-শাখাৰ উদ্যোগত আৰু নাওহলীয়াবাসীৰ সহযোগত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত উপস্থিত থাকে দুলীয়াজান সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলী আৰু ৰাজ্য সভাৰ সাংসদ তেৰশ গোৱালা আৰু উপস্থিত থাকে আছা, আটছা।

07/06/2026

এজাক বৰষুণে টিংৰাই চাৰিআলি বজাৰৰ অৱস্থা।

06/06/2026

স্বাৱলম্বী আন্তঃগাঁঠনি শ্ৰেণীত সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা হুগ্ৰীজান গাঁও পঞ্চায়তৰ সভাপতি মাধুৰ্য্য সোনোৱাল

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when AINA 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share