DESH TODAY

DESH TODAY We are DESH TODAY
We are ONE 'coz we work TOGETHER

TRUTH is the foundation of DESH TODAY
We are IMPERTIAL & HONEST
PEOPLE, for whom we WORK for
We take pride in delivering TRUST
UNIQUENESS and CREATIVITY are our motto
Citizen first, & NO COMPROMISE on it.

30/09/2025

যোৰহাটলৈ লৈ যোৱা হ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা কফিনটো

30/09/2025

জুবিন গাৰ্গৰ "বাটৰে শেষতে" শীৰ্ষক গীতটি গামোচাত ফুটাই তুলিলে অনুৰাগীয়ে

30/09/2025

-মদ্যপান কৰিবলৈ নিদিয়াৰ বাবেই জীৱন্তে জ্ব/লা/লে পত্নীক
-প্ৰথমে চোকা অস্ত্ৰৰে আ/ক্ৰম/ণ মহিলাগৰাকীক
-পৰৱৰ্তী সময়ত চিলিণ্ডাৰ পাইপ খুলি জ্ব/লাই দিলে স্বামীয়ে
- হাতীগাঁও আৰক্ষীৰ জালত স্বামী কুন্দন হৰি

30/09/2025

30/09/2025

30/09/2025

▶ এটি সুন্দৰ ভক্তিগীতেৰে আৰম্ভ কৰক আপোনাৰ পুৱাটি...

29/09/2025

🟥 পুৰীৰ জগন্নাথ ক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
🟥 জগন্নাথ মন্দিৰৰ অসম পাণ্ডা পৰিয়ালৰ উদ্যোগ
🟥 পুৰীৰ অসম যাত্ৰী নিবাস প্ৰাংগনত শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ
🟥 শিল্পীগৰাকীৰ বিদেহ আত্মাৰ কামনাৰে বন্তি প্ৰজ্বলন

29/09/2025

ৰঙিয়াৰ মহা মৃত্যুঞ্জয় শিৱ মন্দিৰৰ বাকৰিৰ পূজাৰ পৰিৱেশ...

29/09/2025

লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁৱত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠান...

29/09/2025

▶ দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনাৰ মাজতে বিশ্বনাথৰ মাজমজিয়াত থলগুৰি অসম উন্নয়ন সমিতিৰ নাম কীৰ্তনৰে শ্ৰদ্ধাঞ্জলি জনালে হিয়াৰ আমঠুগৰাকীক

🟥 গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল🟥 গুৱাহাটী যুৱ-সাংবাদিক সমাজে দাখিল কৰে এজাহাৰ🟥 গায়ক নিলোৎপ...
29/09/2025

🟥 গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল
🟥 গুৱাহাটী যুৱ-সাংবাদিক সমাজে দাখিল কৰে এজাহাৰ
🟥 গায়ক নিলোৎপল বৰাই কেমেৰা ভাঙিম বুলি সাংবাদিকক দিছিল ভাবুকি

29/09/2025

🟥 যোৰহাটত সকলোকে শান্তিপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ
🟥 কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত অনুষ্ঠিত হয় আদ্যশ্ৰাদ্ধ
🟥 ১৩ দিনীয়া অনুষ্ঠান অনুষ্ঠিত হ'ব যোৰহাটত

Address

3rd Floor, Exotica Arcade, G. S. Road

781005

Alerts

Be the first to know and let us send you an email when DESH TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DESH TODAY:

  • Want your business to be the top-listed Media Company?

Share