DA365 Axom

DA365 Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DA365 Axom, News & Media Website, Nalbari, India, 781335, .

08/04/2025

Anchor

নলবাৰীৰ খাতিকুছিত বিদ্যুৎ বিভাগৰ শ্ৰমিকক মাৰপিট কৰি আটক ৰতন বৰা।
নলবাৰীৰ খাতিকুছিত স্মাৰ্ট মিটাৰ লগাবলৈ গৈছিল চাৰি শ্ৰমিক।

08/04/2025

Beraking ...
নলবাৰীৰ আলোকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
ট্ৰেক্টৰৰ খুন্দাত নিহত এজন লোক ।

07/04/2025

♻️.শিৱসাগৰ জিলাৰ নাজিৰাৰ পিতা-পুত্ৰৰ ঢোলবাদন
♻️.পিতৃ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়(চাৰিং)ৰ অধ্যক্ষ ড০ বিদ্যানন্দ বৰকাকতী
♻️.পুত্ৰ দিল্লী পাব্লিক বিদ্যালয়(নাজিৰা)ৰ নৱম শ্ৰেণীৰ ছাত্ৰ অৰিয়ণ প্ৰিয়ম বৰকাকতীঃ

06/04/2025

📌মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী চান্দকুছিস্থিত বাসগৃহত শ্ৰীশ্ৰী বাসন্তী পূজা৷
📌ৰাইজৰ মংগল কামনা কৰি মা বাসন্তীৰ আশীৰ্বাদ গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকা,অশোক সিংহাল, বিধায়ক ভৱেশ কলিতা,দিগন্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা সহ কেইবাজনো বিজেপিৰ নেতাই।

05/04/2025

শংকৰদেৱ শিশু নিকেতন নিত্যানন্দৰ ৩০ বছৰীয়া জয়ন্তী পালন | নিত্যানন্দ

05/04/2025

বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৃত্য আৰু নাট্য ক্লাৱৰ উদ্যোগত আৰু আকাশ গোষ্ঠীৰ সহযোগত মহাবিদ্যালয়খনত ৫ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ ৪ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা |

05/04/2025

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ককালত টঙালি বান্ধিছে প্ৰাৰ্থীত্ব প্ৰত্যাশী । বজালীৰ নৱগঠিত ১৬ নং কুৰোবাহা গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন খেলাৰ মন ধৰণী তালুকদাৰৰ । পূৰ্বেও ধৰণী তালুকদাৰে এবাৰৰ ৱাৰ্ড সদস্য আৰু এবাৰৰ কাউঞ্চিলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

04/04/2025

** সৰভোগৰ ৰহাত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাঃ
** সমন্বয় মিনি থিয়েটাৰৰ উদ্যোগত আৰু সমন্বয় এণ্টাৰপ্ৰাইজৰ সহযোগত সৰভোগৰ ৰহাৰ সুন্দৰ কানাই ধামৰ ৰঙ্গ মঞ্চত ৩ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ ৬ দিনীয়া বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা আৰম্ভ হৈছে ৷ এই কৰ্মশালাটোত প্ৰশিক্ষক হিচাপে ৰণজিৎ দাস, জিণ্টুমনি দাস, নৱনীতা ৰায়, ধৃতিস্মিতা ৰায়, অনুস্কা ৰায় |

04/04/2025

** ৱাকাফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে নলবাৰীত আমছুৰ প্ৰতিবাদ |
** আমছু নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি ৱাকাফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে |

03/04/2025

নলবাৰীৰ বৰবৰী থান প্ৰাংগণত আৰম্ভ ১০৬ সংখ্যক শ্ৰী শ্ৰী বাসন্তী পূজা আৰম্ভ।

02/04/2025
02/04/2025

তেজপুৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় চাহ বোৰ্ডৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Address

Nalbari, India, 781335

781335

Alerts

Be the first to know and let us send you an email when DA365 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DA365 Axom:

  • Want your business to be the top-listed Media Company?

Share