Sarupathar Plus

  • Home
  • Sarupathar Plus

Sarupathar Plus Sarupathar Plus is first of its kind fully dedicated Digital News Outlet from Sarupathar

08/08/2025

১০ বজাৰ পৰা আৰম্ভ হৈছে নেঘেৰিবিলৰ উচ্ছেদ অভিযান

08/08/2025

খিলঞ্জীয়াক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত উজনি।১০০ ঘণ্টাৰ বাবে উজনি স্তব্ধৰ হুংকাৰ টাইপাৰ।মিঞা খেদিবলৈ যোৱা সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ।আক্ৰমণৰ পিছতেই দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

08/08/2025

"মিঞাই আমাৰ মাটিত দা ল'ব আমি চাই থাকিম নেকি","প্ৰয়োজন হ'লে আমিও হাতত হেংদাং তুলি ল'ম".

গেলাবিলৰ ভয়ংকৰ ম'ৰেল পুলিচিঙৰ সৈতে জড়িত থকাৰ অপৰাধত বৰ্তমানলৈকে ১০জনক গ্ৰেপ্তাৰ।গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক  বিভা...
08/08/2025

গেলাবিলৰ ভয়ংকৰ ম'ৰেল পুলিচিঙৰ সৈতে জড়িত থকাৰ অপৰাধত বৰ্তমানলৈকে ১০জনক গ্ৰেপ্তাৰ।গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত চলি আছে অভিযান

গেলাবিলৰ ভয়ংকৰ ম’ৰেল পুলিচিঙৰ ঘটনাৰে জড়িত এজনক গ্ৰেপ্তাৰ। ফাগুন্দ্ৰ শ্ৰেষ্ঠ নামৰ লোকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।
08/08/2025

গেলাবিলৰ ভয়ংকৰ ম’ৰেল পুলিচিঙৰ ঘটনাৰে জড়িত এজনক গ্ৰেপ্তাৰ। ফাগুন্দ্ৰ শ্ৰেষ্ঠ নামৰ লোকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।

07/08/2025

'এহাতে বিদেশী খেদিবৰ কাৰণে যুদ্ধ ঘোষণা কৰিছে, আনহাতে CAAৰ বিধিবদ্ধ প্ৰক্ৰিয়াৰে ৭৯,৫০০ মানুহক দুই এদিনতে নাগৰিকত্ব দিবলৈ চেষ্টা কৰিছে'। চৰকাৰৰ বিদেশী বিৰোধী স্থিতিক লৈ গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি। CAA বাতিল হ'বই লাগিব হুংকাৰ KMSSৰ সাঃ সম্পাদক বিদ্যুৎ শইকীয়াৰ।

07/08/2025

অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী বিধায়ক অখিল গগৈৰ। অসমক মণিপুৰৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ অখিল গগৈৰ। আন্দোলনৰ বিৰোধীতা কৰা মুখ্যমন্ত্ৰীয়ে মিঞা খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে বুলি চৰকাৰক সমালোচনা অখিল গগৈৰ।

07/08/2025

'মিঞা হৈছে প্ৰকৃতি অসমীয়া'
📌'কংগ্ৰেছৰ সকলোৱে এনেদৰেই ভাবে'
📌'আনকি গৌৰৱ গগৈও এনেকৈয়ে ভাবে'
📌'মিঞা সকলৰ অধিকাৰ বাবেই কংগ্ৰেছ দল আছে'

07/08/2025

ৰিপুন বৰাই ৰাষ্ট্ৰপতি শাসন বিচাৰিলেও মোদীৰে শাসন হ'ব’
👉 মিঞা খেদা আন্দোলনকলৈ ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়াক কটাক্ষ মুখ্যমন্ত্ৰীৰ

07/08/2025

সকলো জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ চৰকাৰৰ নিৰ্দেশনা।বিদেশী ন্যায়ধিকৰণত থকা অমুছলমানৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ।আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া

07/08/2025

বিজেপি চৰকাৰৰ বিদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষনাৰ আঁৰত লুকাই থকা হিন্দু বাংলাদেশী প্ৰীতি ফাদিল হ'ল। অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি সৃষ্টি কৰি কোনো কাৰণত বিদেশী জাপিবলৈ দিয়া নহ'ব। কা' বাতিল হ'বই লাগিব। স্থিতি ষ্পষ্ট কৰিলে কৃষক মুক্তিয়ে।

07/08/2025

গেলাবিল কাণ্ডৰ ভুক্তভোগীক সাক্ষাৎ বিধায়ক বিশ্বজিত ফুকনৰ

Address

Sarupathar

785601

Website

Alerts

Be the first to know and let us send you an email when Sarupathar Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share