Beki Express

Beki Express ৰাইজৰ পক্ষে, দুৰ্নীতিৰ বিপক্ষে We could reach you overcoming mere geographical boundary, even beyond. Miles of ways, we had to walk to reach here before you.
(1)

Beki Express has already been in operation in searching out real facts out of the moving social phenomenon, bringing in books and pushing forward for popular judgements. Both individual and collective efforts lead us to lead for the cause of humanity, Social justice and other. Yet, we are going to travel the state, the country and the whole world again and again with no stone leaving unturned to r

each our destination. Facts innumerable, passing through the front and back of man in the society and leaving behind them the prints of change, creative and destructive. Beki Express is all set to catch them to work people’s cause, as has already been. Be with us, please, share and care and bear with us. Please keep visiting our website www.bekiexpress.in. We have opened our minds to open the world. Yet the world opens it for citizens of the Global Village. Let the Beki Express be the reflection of the society of man, and not the refraction.

04/09/2025

📌পাষণ্ড পিতৃৰ হাতত প্ৰাণ গল ৮ বছৰীয়া পুত্ৰৰ।

📌 পিতৃয়ে ভাতৰ লগত বিষ খুৱাই পুত্ৰক হত্যা কৰাৰ গুৰুতৰ অভিযোগ মাতৃৰ।

📌 হাউলীৰ কুমুল্লীপাৰাত সংগঠিত হৈছে এই ভয়ংকৰ কাণ্ড।

04/09/2025

সঁচাকৈ পিতৃৰ হাতত প্ৰাণ গল নেকি কণমানি পুত্ৰৰ?

কিয় পিতৃৰ বিৰুদ্ধে অভিযোগ কৰিলে কণমানিৰ মাতৃয়ে?

04/09/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হাটশিঙিমাৰীত জিলা ছাত্ৰ সন্থাৰ অনশন কাৰ্যসূচী।

ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্দ্যগত হাটশিঙিমাৰীত ১১ ঘন্টীয়া অনশন।

04/09/2025

মৈৰাবাৰীৰ গাওঁবুঢ়া আবুল কাছেমক প্ৰাণে মৰাৰ ভাবুকি নিজ ভায়েকৰ।

মাটি সংক্ৰান্তীয় এটি বিবাদক কেন্দ্ৰ কৰি দীর্ঘ দিন চলি আহিছিল ভাতৃ-ভগ্নী সকলৰ মাজত ক্ৰন্দল।

03/09/2025

ধিং সমষ্টিৰ বলিকটিয়া আৰু জেঙণিত উচ্ছেদিত সকলৰ কাষত ৰাইজৰ দলৰ নেতা মেহবোব মুক্তাৰ।

03/09/2025

বিটিচি নিৰ্বাচনকলৈ বিজেপিৰ যুদ্ধংদেহী প্ৰচাৰ মন্ত্ৰী ৰণজিৎ দাসৰ।

বিজেপি প্ৰাৰ্থী গৌতম দাসৰ হৈ সংখ্যালঘু অঞ্চলে অঞ্চলে প্ৰচাৰ মন্ত্ৰী ৰণজিৎ দাসৰ।

03/09/2025

কমতা পুৰ স্বায়ত্ব শাসিত পৰিষদৰ উত্তৰ শালমাৰা স্থিত সচিবালয় প্ৰাংগনত আজি দিন যোৰা কাৰ্যসূচীৰে পঞ্চম প্ৰতিষ্ঠা দিৱস পালন।

03/09/2025

টাৰ্গেট কোছিং ইনষ্টিটিউটত কেৱল অসম পুলিচ, ডিফেঞ্চ, বেংকিং, ৰেলৱে, এছ এছ ছি, নাইবা ইঞ্চুৰেঞ্চ লিখিত পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হয়।

এই টাৰ্গেট কোছিং ইনষ্টিটিউটত নাম ভৰ্তি চলি আছে।

অসম পুলিচ, ডিফেঞ্চ, বেংকিং, ৰেলৱে, এছ এছ ছি আৰু ইঞ্চুৰেঞ্চ বিভাগত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে আজিয়েই যোগাযোগ কৰক।

টাৰ্গেট কোছিং ইনষ্টিটিউটৰ যোগাযোগৰ ঠিকনা জ্যোতিনগৰ, বৰপেটা ৰোড, ব্ৰিলিয়েন্ট একাডেমীৰ ওচৰত
নাইবা
সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰে এই 8134097059 নম্বৰত।

03/09/2025

UPPL ত্যাগ কৰি BJP'ত যোগদান UPPLৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধীৰাজ ডেকাৰ।

BJP'ত যোগদান কৰিয়েই UPPL প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ডেকাৰ।

02/09/2025

২০ নং মথনগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ মনোনয়ন পত্ৰ দাখিল।

BJP'ত যোগদান কৰিলে UPPL নেতা ধীৰাজ ডেকা।
02/09/2025

BJP'ত যোগদান কৰিলে UPPL নেতা ধীৰাজ ডেকা।

02/09/2025

কলগাছিয়াৰ কৰাৰকুৰ বেঁকী দলঙৰ সমীপত পুনৰ বেঁকী নৈৰ গৰাখহনীয়া।

বেঁকী নৈৰ গৰাখহনীয়াত জাহ গল বিকল্প ৰাজ্যিক ঘাইপথৰ অংশ।

দিনৰ ভাগত বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে যদিও নিশাৰ ভাগত বন্ধ আছে কাম।

Address


Alerts

Be the first to know and let us send you an email when Beki Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Beki Express:

  • Want your business to be the top-listed Media Company?

Share