Samaguri Barta

  • Home
  • Samaguri Barta

Samaguri Barta নগাঁৱৰ চামগুৰি অঞ্চলৰ সৰু-ডাঙৰ সকলো খবৰৰ বাবে চামগুৰি বাৰ্তা

05/06/2026

চামগুৰি ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ এজন স্কুলীয়া ছাত্ৰৰ পোছাক আৰু কিতাপ বহী

হোজাই শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ জন অমন লহৰৰ বুলি জানিব পৰা গৈছে

04/06/2026

বন্যহস্তীয়ে সেৱা ল'লে নামঘৰত

04/06/2026

বন্যহস্তীয়ে সেৱা ল'লে নামঘৰত

31/05/2026

অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে আদিবাসী চাহ জনগোষ্ঠীয় সমাজত প্ৰচলিত বাল্যবিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এগৰাকী শিল্পীৰ ব্যক্তিক্ৰমী পদক্ষেপ

সমাজত সঘনাই চলি থকা বাল্যবিবাহৰ বিৰুদ্ধে ছুটি ছবিৰ জড়িয়তে ৰাইজক সজাগতাৰ কৰাৰ চেষ্টা শিল্পী মংগল নায়কৰ

31/05/2026

30/05/2026

চামগুৰিৰ বৰঙাটলী বৰনামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অখণ্ড মদ্ভাগৱত পাঠ

নগাঁৱত ভয়ংকৰ ডকাইতি পৰিকল্পনা।আৰক্ষীৰ জালত ৫টা মিঞা ডকাইতধৃত ডকাইত কেইটা চাহিদুল ইছলাম, নাৰজুল ইছলাম, ফাইজুল হক, ইছমাইল ...
30/05/2026

নগাঁৱত ভয়ংকৰ ডকাইতি পৰিকল্পনা।
আৰক্ষীৰ জালত ৫টা মিঞা ডকাইত
ধৃত ডকাইত কেইটা চাহিদুল ইছলাম, নাৰজুল ইছলাম, ফাইজুল হক, ইছমাইল আলী আৰু আব্দুল খলিল।
বৰঘাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ডকাইত কেইটাক
Samaguri Barta Nagaon District Administration

30/05/2026

কামপুৰ কচুৱা লুুটুমাৰী পাহাতলীত গাঁতত পৰিল বন্যহস্তীৰ পোৱালী ৷ নিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকৰ পৰা বিচিন্ন হৈ দ' গাঁতত পৰে হাতী পোৱালীটো ৷ পাছত বনবিভাগে জেচিবি সহায়ত পোৱালীটো উদ্ধাৰ কৰে।

30/05/2026

চামগুৰিত উত্তপ্ত পৰিস্থিতি।চামগুৰিৰ গড়াজান উন্নয়ন খণ্ডত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।কংগ্ৰেছ কৰ্মীক পহুখেদা বিজেপি কৰ্মীৰ
BJP Assam Pradesh

30/05/2026

Breaking News

চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা

১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব লওঁতেই তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে মহিলা গৰাকীক

থিতাতে নিহত মহিলা গৰাকী আছমিনা বেগম

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন AS 21 AC 3063 ডাম্পাৰ খনৰ চালক

Address


782001 TO 782003

Website

Alerts

Be the first to know and let us send you an email when Samaguri Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share