Izaz

Izaz মই অসমীয়া
মই শিৱসাগৰীয়া

🔥 ভোটচুৰীৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈ শিলচৰত NSUI Assam ৰ নেতা চন্দন মজুমদাৰক ABVP ৰ গুণ্ডাবাহিনী...
28/08/2025

🔥 ভোটচুৰীৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈ শিলচৰত NSUI Assam ৰ নেতা চন্দন মজুমদাৰক ABVP ৰ গুণ্ডাবাহিনীয়ে নিৰ্মমভাৱে আক্ৰমণ কৰিলে।

❓এইটো গণতন্ত্ৰ নে ৰাজতন্ত্ৰ?
❓এই পৰিস্থিতিত নাগৰিক হিচাপে আমি সঁচাকৈয়ে সুৰক্ষিত নে?

✊ গণতন্ত্ৰ বচাওক, সংবিধান বচাওক!

🗳️🇮🇳

এইটোৱে দেখিবলৈ বাকী আছিল 😴
27/08/2025

এইটোৱে দেখিবলৈ বাকী আছিল 😴

গেলেকী মহাবিদ্যালয়ত সমগ্ৰ পদত NSUI ৰ বৃহৎ জয়লাভ 🇮🇳NSUI ৰ এই জয় ছাত্ৰ শক্তিৰ জয় – ন্যায়ৰ জয়, প্ৰগতিশীল চিন্তাধাৰাৰ জয়। ✊ ...
22/08/2025

গেলেকী মহাবিদ্যালয়ত সমগ্ৰ পদত NSUI ৰ বৃহৎ জয়লাভ 🇮🇳

NSUI ৰ এই জয় ছাত্ৰ শক্তিৰ জয় – ন্যায়ৰ জয়, প্ৰগতিশীল চিন্তাধাৰাৰ জয়। ✊

গেলেকী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ইতিহাস ৰচিলে ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন (NSUI)। প্ৰতিগৰাকী পদত NSUI সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ কৰি ছাত্ৰ সমাজৰ বিশ্বাস, ভৰসা আৰু শুভকামনাক অৰ্জন কৰিছে।

এই জয় কেৱল এটা নিৰ্বাচনী জয় নহয়, ই হ’ল শিক্ষাৰ মানদণ্ড উন্নয়ন, ছাত্ৰ-ছাত্ৰীসকলৰ হিতাৰ্থে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি নৱ প্ৰজন্মৰ দৃঢ় অঙ্গীকাৰৰ প্ৰতিফলন।

নৱ নিৰ্বাচিত প্ৰতিগৰাকী সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, আগন্তুক দিনত ছাত্ৰ সমাজৰ সমস্যা সমাধান আৰু কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে দায়িত্বশীল ভুমিকা পালন কৰিব।

Indian National Congress - Assam
NSUI Assam

22/08/2025
22/08/2025

Big Victory For NSUI ❤️

গেলেকী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদত NSUI সমৰ্থিত প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰে।

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীদেৱৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা আয়োজিত ৰক্তদান শিবিৰত মান...
20/08/2024

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীদেৱৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা আয়োজিত ৰক্তদান শিবিৰত মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াদেৱে ৰক্তদান কৰাৰ মুহূৰ্তত!

Debabrata Saikia

 #মানুহে_মানুহৰ_বাবে পাৰ্যমানে, সাধ্যনুসৰি সকলোৱে সহায় সহযোগিতা আগবঢ়াওক।
06/07/2024

#মানুহে_মানুহৰ_বাবে
পাৰ্যমানে, সাধ্যনুসৰি সকলোৱে সহায় সহযোগিতা আগবঢ়াওক।

কিবা ক'ব ?
15/06/2024

কিবা ক'ব ?

ভাললগা ফটোখন ❤️Rahul Gandhi Sonia Gandhi - The Leader
10/06/2024

ভাললগা ফটোখন ❤️

Rahul Gandhi
Sonia Gandhi - The Leader

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Izaz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Izaz:

Share