19/09/2025
জুবিন দা, আপোনাৰ সুৰ থাকিব চিৰকাল, কিন্তু আপোনাৰ অভাৱ অসমে কেতিয়াও পূৰণ কৰিব নোৱাৰে|
তোমাৰ সুৰেৰে জাগে জীৱনৰ ৰং,
আজিৰ নীৰৱতাই দিলে বেদনাৰ সংগ।
অসমৰ হৃদয়ত থাকিব তোমাৰ ধ্বনি,
জুবিন দা, তুমি অমৰ—
সদায় থাকিবা সুৰৰ সপোনত। 🕊️💔