Voice of AIUDF

Voice of AIUDF VOICE OF AIUDF is a social media platform of AIUDF where party-related updates, and other official content are shared.

19/08/2026

জনতাৰ প্ৰকৃত নেতা কোন? এতিয়া, ৰাইজে নিজেই বিবেচনা কৰক।

19/08/2026

18/08/2026

আজমল ডাঙৰীয়াক সমালোচনা কৰাতকৈ উজনি অসমৰ বন্যাক্ৰান্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত মনোযোগ দিয়াটো এতিয়া অধিক প্ৰয়োজন।
Rejaul Karim Sarkar , Ex-President of AAMSU

18/08/2026

মানৱীয়তাৰ খাতিৰত বানাক্ৰান্ত লোকৰ কাৰণে থিয় দিয়াটো অপৰাধ হল নেকি?

17/08/2026

গৌৰৱ গগৈক কটাক্ষ বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ।

২০২২ চনত ‘অসম গৌৰৱ’ আৰু ২০২৩ চনত ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত বিশিষ্ট বয়ন শিল্পী হেমপ্ৰভা চুতীয়া ডাঙৰীয়ানীক আন্তৰিক কৃত...
17/08/2026

২০২২ চনত ‘অসম গৌৰৱ’ আৰু ২০২৩ চনত ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত বিশিষ্ট বয়ন শিল্পী হেমপ্ৰভা চুতীয়া ডাঙৰীয়ানীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

মোৰ গৃহত উপস্থিত হৈ তেখেতে যি মৰম, সন্মান আৰু আশীৰ্বাদ প্ৰদান কৰিলে,তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ থাকিম।তেখেতৰ সুস্বাস্থ্য,দীৰ্ঘায়ু আৰু সুন্দৰ জীৱন কামনা কৰিলোঁ।

( Maulana Badruddin Ajmal )

16/08/2026

উলহ-মালহৰে আজমল ফাউণ্ডেচনত ৮০তম স্বাধীনতা দিৱস উদযাপন

দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু অগণন বীৰ শ্বহীদৰ ত্যাগক সুঁৱৰি, গৌৰৱময় ৮০তম স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ।Ma...
16/08/2026

দেশমাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু অগণন বীৰ শ্বহীদৰ ত্যাগক সুঁৱৰি, গৌৰৱময় ৮০তম স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ।
Maulana Badruddin Ajmal

Address

Hojai
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Voice of AIUDF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share