I love Duliajan

I love Duliajan Official Page of I Love Duliajan
News| Reel | Brand |festival | Event
Paid Promotion/Partnership available
[email protected]

📌আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। 📌ড০ সমুজ্জল কুম...
27/06/2025

📌আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।
📌ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ সদ্যপ্ৰয়াত মাতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শংকৰজ্যোতি বৰুৱাই।

05/02/2025

📍অসমৰ পৰ্যটন ব্যৱসায়ৰ বাবে সুখবৰ

📍যুৱ ব্যৱসায়ী অনুপম শৰ্মাৰ Arista by Ambition হোটেলক Five Star হোটেলৰ মৰ্যদা পৰ্যটন মন্ত্ৰ্যালয়ৰ

📍Five Star হোটেলৰ মৰ্যদা লাভ কৰা Arista by Ambition অসমৰ একমাত্ৰ ব্যক্তিগত মালিকানাধীন হোটেল

24/09/2024

স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি প্ৰয়াত বাবু ছবিলাল উপাধ্যায় দেৱৰ গৃহত উপস্থিত হৈ স্বনামধন্য ব্যক্তিগৰাকীৰ বাসগৃহ সংৰক্ষণ কৰাৰ ওপৰত স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে |


A24News Axom


18/09/2024

Cricket Club of Dibrugarh takes a great sense of pride in announcing that its 2 talented players Dyutimoy Nath Nath and Mohit Thakur has been selected in the Assam Team for the Under - 19 Coach Behar Trophy 2024/25. Both the players are currently undergoing intensive training at the Assam Cricket Academy. Cricket Club of Dibrugarh heartily congratulates Dyutimoy Nath for being selected as Captain of the team and Mohit Thakur. We wishes them all the very best for the upcoming matches.

17/08/2024

স্ব-ভূমিত উপস্থিত হৈ উচুপি উঠিল মল্লযোদ্ধা ভিনেশ ফোগাট। দিল্লী বিমানবন্দৰত ফোগাটক উষ্ম আদৰণি দেশবাসীৰ |

17/07/2024

APSC Super 30 ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল আহিল।



Adresse

Democratic Republic Of The

Téléphone

+918134014752

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque I love Duliajan publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager