গহপুৰ দৈনিক পৃষ্ঠা

গহপুৰ দৈনিক পৃষ্ঠা GOHPUR DOINIK PISTHA

30/01/2025

সুপ্ৰভাত ৷ সকলোৰে দিনটো মংগল হওক

29/01/2025

গহপুৰ দৈনিক পৃষ্ঠাৰ তৃতীয় বৰ্ষপূৰ্তি আৰু ভোগালীৰ এনিশাৰ লাইভ অনুষ্ঠান আজি সন্ধিয়া ৫:৩০ বজাত কেৱল গহপুৰ দৈনিক পৃষ্ঠাত ৷
চাবলৈ নাপাহৰিব গহপুৰ দৈনিক পৃষ্ঠাত ৷

বিদায়ী DGP জি পি সিঙৰ চৰকাৰী বাসভৱনত সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
29/01/2025

বিদায়ী DGP জি পি সিঙৰ চৰকাৰী বাসভৱনত সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

29/01/2025

টীয়কত অসম চৰকাৰৰ মেগা ঝুমুৰৰ আখৰা আৰম্ভ

29/01/2025

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ একাদশ-দ্বি বাৰ্ষিক অধিৱেশন

গহপুৰ হাইস্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন

28/01/2025

সাংস্কৃতিক নগৰী যোৰহাটত প্ৰতিভাৰ সন্ধান বিচাৰি !

 #বহু প্ৰত্যাশিত "বাপুকনৰ বিলৈ' কাইলৈ পাব শুভমুক্তি উপলব্ধ হ'ব ডিডি চিনে প্ৰডাকচন ইউটুব চেনেলত
27/01/2025

#বহু প্ৰত্যাশিত "বাপুকনৰ বিলৈ' কাইলৈ পাব শুভমুক্তি
উপলব্ধ হ'ব ডিডি চিনে প্ৰডাকচন ইউটুব চেনেলত

  | ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব দেশৰ দীৰ্ঘতম সুৰংগ, গহপুৰৰ পৰা নুমলীগড় পাবগৈ মাত্ৰ ৩০ মিনিটতে!🛑ব্ৰহ্মপুত্ৰৰ তলেৰে দে...
27/01/2025

| ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব দেশৰ দীৰ্ঘতম সুৰংগ, গহপুৰৰ পৰা নুমলীগড় পাবগৈ মাত্ৰ ৩০ মিনিটতে!

🛑ব্ৰহ্মপুত্ৰৰ তলেৰে দেশৰ দীৰ্ঘতম সুৰংগ নিৰ্মাণ কৰা হ’ব। গহপুৰ-নুমলীগড়ক সংযোগ কৰিব সুৰংগ পথে। এই সুৰংগ নিৰ্মাণ হৈ উঠাৰ পাছত গহপুৰৰ পৰা নুমলীগড় পাবগৈ মাত্ৰ ৩০ মিনিটত। গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব সুৰংগ পথ। দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ হ’ব গহপুৰ-নুমলীগড় সুৰংগ পথ। গহপুৰৰ নুমলীগড় সুৰংগ পথৰ দৈৰ্ঘ হ’ব ১৫ কিলোমিটাৰ।

🛑গহপুৰৰ ১১খন গাঁও আৰু নুমলীগড়ৰ ৭খন গাঁও স্পৰ্শ কৰিব এই সুৰংগই। উল্লেখ্য যে সুৰংগৰ বাবে স্থানান্তৰ হ’ব ৫২০টা পৰিয়াল। ইতিমধ্যে বন, ৰাজহ, মীন, লোক নিৰ্মাণ আৰু কৃষিকে ধৰি মুঠ পাঁচটা বিভাগে অব্যাহত ৰাখিছে জৰীপ। ২০১৯ চনত প্ৰথম আৰম্ভ হৈছিল জৰীপৰ কাম, কিন্তু ২০২১ত কাৰিকৰী অসুবিধাৰ বাবে বন্ধ হৈছিল। তাৰ পাছত পুনৰ ২০২৪ চনৰ ১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে জৰীপ।

🛑গহপুৰৰ বাদল পথাৰৰ পৰা আৰম্ভ হ’ব সুৰংগ যাত্ৰা। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগটোৰ আৰম্ভণি গহপুৰৰ ১নং ওপৰ তিনিচুকীয়া আৰু শেষ হ’ব নুমলীগড়ৰ এলামি চাপৰিত। সুৰংগ সম্পূৰ্ণ হ’লে গহপুৰৰ পৰা নুমলীগড়লৈ যাবলৈ সময় লাগিব মাত্ৰ ৩০ মিনিট। জৰীপ শেষ হ’লেই আৰম্ভ হ’ব সুৰংগ নিৰ্মাণৰ কাম। অৱশ্যে সুৰংগেৰে যাত্ৰা কৰিবলৈ অপেক্ষা কৰিব লাগিব সাতৰ পৰা দহ বছৰ সময়।

⭕সদৌ অসম ছাত্ৰ সন্থাৰ নতুনকৈ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ সমীৰণ ফুকনক ।
27/01/2025

⭕সদৌ অসম ছাত্ৰ সন্থাৰ নতুনকৈ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ সমীৰণ ফুকনক ।

27/01/2025

সুদীৰ্ঘ ২৭ বছৰ চিকিমত কাম কৰি ৷ নিজৰ জন্ম ভূমিত খুলিছে ইন্টেৰিয়ৰ ডিজাইনৰ দোকান ৷
আপোনাৰ সপোনৰ ঘৰখন সজাবলৈ শীঘ্ৰেই যোগাযোগ কৰক ঘাঁহিগাওঁ বৰঙাবাৰীৰ মাজতে থকা এই দোকান খনত ৷

📌প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ সাহাৰ্য মুখ্যমন্ত্ৰীৰ📌৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্...
27/01/2025

📌প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ সাহাৰ্য মুখ্যমন্ত্ৰীৰ
📌৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

26/01/2025

মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই!

26/01/2025

🔹Journalism with AI. ডিজিটেল যুগত কম দিনতেই, কম খৰচতেই শিকক সাংবাদিকতা, আজিয়েই যোগাযোগ কৰক CTA-ত, ডায়েল কৰক-9401934945 নম্বৰত

▶️২৬ জানুৱাৰী, গণৰাজ্য দিৱস▶️প্ৰতিজন ভাৰতীয়লৈ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা যাচিলোঁ
26/01/2025

▶️২৬ জানুৱাৰী, গণৰাজ্য দিৱস
▶️প্ৰতিজন ভাৰতীয়লৈ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা যাচিলোঁ

25/01/2025

সাংবাদিকৰ ওপৰত হঠাৎ কিয় খং উঠিল মিনতিৰ ?

গহপুৰ দৈনিক পৃষ্ঠাৰ ষ্টুডিঅ'ত মিনতি

25/01/2025

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ৪২ তম শ্বহীদ জীৱন লাহনৰ স্মৃতি দিৱস উদযাপন কৰে ৷

শণিবাৰ বাৰ অৰ্থাৎ অহা কালিলৈ  1 বজাৰ পৰা শিশু সকলৰ বাবে উপলব্ধ থাকিব  অভিজ্ঞ চিকিৎসক  Dr. Rajen kumar Das MBBS , MD (Ped...
24/01/2025

শণিবাৰ বাৰ অৰ্থাৎ অহা কালিলৈ 1 বজাৰ পৰা শিশু সকলৰ বাবে উপলব্ধ থাকিব অভিজ্ঞ চিকিৎসক Dr. Rajen kumar Das MBBS , MD (Pediatric ), IPPN (Aus) , PGPN (Uk) From Guwahati Medical College Trained in Epllepsy (AIIMS)
Consultant newborn and child specialist . আপোনাৰ শিশুটোৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে যোগাযোগ কৰক জনতা মেডিকেলৰ সৈতে ৷ যোগাযোগ নম্বৰ :-9954974133
7002685565

24/01/2025

বীৰ শ্বহীদ জীৱন লাহনৰ ৪২ তম শ্বহীদ দিৱস উদযাপন ৷

Adresse

Gohpur. Ghahigaon
Democratic Republic Of The
784170

Téléphone

+918399016548

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque গহপুৰ দৈনিক পৃষ্ঠা publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à গহপুৰ দৈনিক পৃষ্ঠা:

Vidéos

Partager