Gohpur Doinik Pistha

Gohpur Doinik Pistha ASSAMESE DAILY NEWS & WEB PORTAL GOHPUR DOINIK PISTHA

06/11/2025

মিছামাৰী কেন্দ্ৰীয় ৰাসৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ৷ ক’ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব ৷
আপোনাৰ অঞ্চলৰ ৰাসখন সম্প্ৰচাৰৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক :- 6003967098

📌শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ।📌ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।📌ভাতৃ শ্যামকা...
06/11/2025

📌শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ।
📌ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।
📌ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন।
📌RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।
📌মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।

05/11/2025

ঘাঁহিগাওঁৰ কেন্দ্ৰীয় ৰাসৰ পোনপটীয়া সম্প্ৰচাৰ !
ক’ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব ৷

৯ নৱেম্বৰত জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত জোঁৰ সমদল ৷
05/11/2025

৯ নৱেম্বৰত জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত জোঁৰ সমদল ৷

05/11/2025

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গহপুৰ সমজিলা প্ৰশাসন আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ চতুর্দশ মৃত্যুবার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি অনুষ্ঠান ,,

অসমবাসী ৰাইজলৈ পৱিত্ৰ ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাস মহোৎসৱে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এক অতুলনীয় আধ্...
05/11/2025

অসমবাসী ৰাইজলৈ পৱিত্ৰ ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাস মহোৎসৱে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এক অতুলনীয় আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰে। ভগৱৎ প্ৰেমৰ মাহাত্ম্যৰে মহিমামণ্ডিত এই উৎসৱে সকলোৰে মাজত সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ।

Adresse

Gohpur. Ghahigaon
Democratic Republic Of The
784170

Téléphone

+918399016548

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Gohpur Doinik Pistha publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à Gohpur Doinik Pistha:

Partager