26/09/2024
বিজনী পৌৰসভাৰ উপ সভাপতি যতিন্দ্ৰ প্ৰসাদ সৰকাৰৰ বিৰুদ্ধে উঠিছে প্ৰৱঞ্চনাৰ অভিযোগ।
যতীন্দ্ৰ প্ৰসাদ সৰকাৰে Good Life নামৰ এটা ট্ৰেডিং কোম্পানীৰ নামত সাধাৰণ ৰাইজৰ পৰা অধিক লাভ দিয়াৰ নামত কৰিছিল ধন সংগ্ৰহ।
অভিযোগ অনুসৰি যতীন্দ্ৰ প্ৰসাদ সৰকাৰে বিভিন্ন লোকৰ পৰা 5000/- টকা জইন ফিচ্ আৰু প্ৰতিমাহত 1000/- কৈ টকা সংগ্ৰহ কৰি বছৰেকত ১ লাখ ৬০ হেজাৰ টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল লাখ লাখ টকা।