DTime পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ....

DTime
পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ।

আমি কাৰো পক্ষপাতিত্ব নকৰোঁ বাতৰিৰ ক্ষেত্ৰত। কাৰণ বাতৰিক আমি বাতৰি হিছাপে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ প্ৰতিজ্ঞাবদ্ধ। প্ৰকৃত খবৰ, ৰাইজৰ সমস্যা আপোনালোকৰ মাজলৈ লৈ অহাই হৈছে আমাৰ লক্ষ্য।

অসমৰ প্ৰত্যকটো প্ৰান্তৰ পৰা আমাৰ সংবাদদাতাই যুগুত কৰা প্ৰতিবেদন আমি লৈ আহো আপোনালোকৰ আগত।
প্ৰয়োজনীয় সকলো ধৰণৰ তথ্য, খবৰ, আপোনালোকলৈ লৈ আহিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম।

বিভিন্ন সংবাদ ক্ষেত্ৰৰ লগত কাম কৰি অভিজ্ঞতা বুটলি অনা ব্যক্তিৰ গোটৰ দ্বাৰা আৰম্ভ কৰা হৈছে DTime, পক্ষপাতিত্ব নহয়, প্ৰকৃত খবৰ।

07/10/2026

📌 অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়ত নিশা হলে নাথাকে এজনীও নাৰ্ছ ।
📌 অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়ত আহি সৰ্প দংশনৰ ৰোগীয়ে পৰিছে বিপদত

04/10/2026

📌 হলি গীত, দিহা নাম, বিয়া গীত আদি পৰিৱেশনৰ বাবে প্ৰস্তুত হৈ আছে অভয়াপুৰীৰ এনাজৰী সমন্বয়ক সংস্কৃতিক গোষ্ঠীৰ মহিলা সকলে
📌 যদি আপোনাৰ অঞ্চলত
হলি গীত, দিহা নাম, বিয়া গীত আদি পৰিৱেশনৰ যোগাযোগ কৰিব পাৰে
📌 অভয়াপুৰীৰ এনাজৰী সমন্বয়ক সংস্কৃতিক গোষ্ঠীৰ লগত

04/10/2026

📌 অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়ত আজৱ কাণ্ড 📌 নিশা হলে নাথাকে এজনীও নাৰ্ছ ।
📌 বিপদত পৰিছে ৰোগী

27/09/2026

গুৱাহাটীত আটক হল কেইবাগৰাকী CJP নেতা
আজি গুৱাহাটীত মিটাপৰ উদ্দেশ্যে একগোট হোৱাৰ মুহূৰ্তত আৰক্ষীয়ে আটক কৰে CJP অৰ্থাৎ পইতাচোৰা পাৰ্টিৰ কৰ্মকৰ্তাক

23/09/2026

📌 অভয়াপুৰীৰ উত্তৰ টিলাপাৰা গাওঁত এজন যুৱকৰ ৰ*হ*স্য*জ*ন*ক মৃ*ত্যু*
📌 যুৱক জনৰ ৰ*হ*স্যজ*ন*ক মৃ*ত্যু*ক কেন্দ্ৰ কৰি উ*ত্ত*প্ত পৰিস্থিতিৰ সৃষ্টি হৈছে

20/09/2026

অভয়াপুৰীত ২৩ টা ড্ৰা*গ*ছ ভৰ্তি কন্টেইনাৰৰ সহ আৰক্ষীয়ে আটক কৰে আশ্ৰফ নামৰ এগৰাকী যুবকক।
সমান্তৰাভাৱে আৰক্ষীয়ে AS01FP 4705 নম্বৰৰ এখন বগা ৰঙৰ বলেৰো বাহন জব্দ কৰে ।

19/09/2026

সমগ্ৰ দেশৰ সমান্তৰাভাৱে অভয়াপুৰী বোৱালিমাৰী নামঘৰ প্ৰাংগণত উদযাপন হল প্রথম বাৰ্ষিকী প্ৰাণৰ শিল্পী জুবিন দিৱসৰ বিষেশ কাৰ্যসূচী

19/09/2026

সমগ্ৰ দেশৰ সমান্তৰাভাৱে অভয়াপুৰী গৰু বজাৰ ৱাৰ্ড নং ৩ ত উদযাপন হল প্রথম বাৰ্ষিকী প্ৰাণৰ শিল্পী জুবিন দিৱসৰ বিষেশ কাৰ্যসূচী

16/09/2026

টাপাট্টাৰী শিশু উন্নয়ন প্ৰকল্প সৌজন্যত অভয়াপুৰী কচ মচ ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত হয় নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ।

10/09/2026

📌 বঙাইগাঁও জিলাৰ
চক্ৰভৌম গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা চক্ৰভৌম জিলা পৰিষদৰ দুবাৰৰ সদস্য
অসম গণ পৰিষদ দলৰ নিষ্ঠাবান কৰ্মী দিলীপ ৰায়ৰ দে*হাৱ*সান
📌 যকৃত ৰোগত আ*ক্ৰা*ন্ত হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নি*শ্বা*স ত্যা*গ কৰে।

Adresse

Democratic Republic Of The
781014

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque DTime publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à DTime:

Raccourcis

Partager