SD LIVE 24×7

SD LIVE 24×7 Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de SD LIVE 24×7, Social Media Agency, UDALI Bazar, Democratic Republic of the.

12/06/2023
2023  বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা পৰীক্ষাৰ্থী সকলক  H.S.L.C exam centre (Udali) পৰিচালন...
10/06/2023

2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা পৰীক্ষাৰ্থী সকলক H.S.L.C exam centre (Udali) পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

Skylark jatiya vidyalaya ত বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ দৃশ্য।
05/06/2023

Skylark jatiya vidyalaya ত বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ দৃশ্য।

নিউজ লাইভৰ হাতত বিক্ৰী TIME8🔴উত্তৰ-পূবৰ আটাইতকৈ বেছি দৰ্শক থকা ডিজিটেল প্লেটফৰ্মবোৰৰ ভিতৰত অন্যতম Time8 য়ে লাভ কৰিলে নত...
27/05/2023

নিউজ লাইভৰ হাতত বিক্ৰী TIME8
🔴উত্তৰ-পূবৰ আটাইতকৈ বেছি দৰ্শক থকা ডিজিটেল প্লেটফৰ্মবোৰৰ ভিতৰত অন্যতম Time8 য়ে লাভ কৰিলে নতুন মালিক। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে দায়িত্ব লোৱাৰ পিছত 'টাইম8'-এ নতুন মালিক লাভ কৰে। এতিয়াৰপৰা নিউজ লাইভৰ অধীনত চলিব Time8.

🔴প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট হৈছে 'নিউজ লাইভ'ৰ মূল কোম্পানী ৰিনিকি ভূঞা শৰ্মাৰ মালিকানাধীন অসমৰ আটাইতকৈ আগশাৰীৰ ছেটেলাইট টিভি চেনেল।

🔴টেলিভিছন চেনেল - নিউজ লাইভ , প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন - নিয়মীয়া বাৰ্তাৰ সৈতে এতিয়া প্ৰাইড ইষ্টৰ ডিজিটেল মিডিয়া প্লেটফৰ্মত Time8 হৈছে ডিজিটেল সংযোজন।

🔴তথ্য অনুসৰি, কোম্পানীটোৱে বাতৰি পৰিবেশনৰ নতুন ধাৰণা আনিবলৈ আৰু ডিজিটেল প্লেটফৰ্মত অধিক ডাঙৰ ভাৱে স্কেল কৰিবলৈ Time8 ত ডাঙৰ বিনিয়োগ কৰিব।

🔴জখলাবন্ধা থানাত জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ দাখিল৷ 🔴২ পৃষ্ঠাৰ এজাহাৰত কেতবোৰ বিস্ফোৰক অভিযোগ উঠিছে৷ 🔴এজাহাৰত নগাঁৱৰ SP লী...
20/05/2023

🔴জখলাবন্ধা থানাত জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ দাখিল৷
🔴২ পৃষ্ঠাৰ এজাহাৰত কেতবোৰ বিস্ফোৰক অভিযোগ উঠিছে৷
🔴এজাহাৰত নগাঁৱৰ SP লীনা দলেৰ কথাও উল্লেখ৷
🔴নিৰপেক্ষ তদন্তৰ দ্বাৰা দোষীক কঠোৰ শাস্তিৰ দাবী৷

24/02/2023

হোজাই জিলা আমছুৰ উদ্যোগত গন জাগৰণ সভা।
দেবস্হান বজাৰত আজি আমছুৰ প্ৰতিবাদী সভা।
যত উপস্থিত থাকি ৰাইজৰ মাজত বক্তব্য প্ৰদান কৰে আমছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অধিবক্তা ইমতিয়াজ হুছেইনে।

24/02/2023

হোজাই জিলা আমছুৰ মূখ্য উপদেষ্টা মনোৱাৰ হুছেইন বকুল ডাঙৰীয়াৰ বক্তব্য।

24/02/2023

হোজাই জিলা আমছুৰ উদ্যোগত গন জাগৰণ সভা।
কেন্দ্ৰীয় সহ: সাধাৰণ সম্পাদক গিয়াছ উদ্দিন তাফাদাৰ

আপোনাৰ প্রতিভা পৰিক্ষাৰ দ্বাৰাপ্রমাণ নহয়, আপুনি ভাল ফলাফল লাভকৰক তাৰেই কামনা কৰোঁ।"প্ৰতিজন পৰীক্ষাৰ্থীলৈপৰীক্ষাৰ শুভেচ্ছ...
19/02/2023

আপোনাৰ প্রতিভা পৰিক্ষাৰ দ্বাৰা
প্রমাণ নহয়, আপুনি ভাল ফলাফল লাভ
কৰক তাৰেই কামনা কৰোঁ।
"প্ৰতিজন পৰীক্ষাৰ্থীলৈ
পৰীক্ষাৰ শুভেচ্ছা জনালো"

⭐তেজপুৰৰ প্ৰায় প্ৰতিটো ATMৰ দুৱাৰে দুৱাৰে        দেখা গৈছে এই বিশেষ পোষ্টাৰ⭐ATM ত টকা নাই আদনীয়ে সকলো টকা লৈ গল⭐কোনে আঁৰ...
10/02/2023

⭐তেজপুৰৰ প্ৰায় প্ৰতিটো ATMৰ দুৱাৰে দুৱাৰে দেখা গৈছে এই বিশেষ পোষ্টাৰ
⭐ATM ত টকা নাই আদনীয়ে সকলো টকা লৈ গল
⭐কোনে আঁৰিলে পোষ্টাৰ সেয়া ৰহস্যৰ আৱৰ্তত

Adresse

UDALI Bazar
Democratic Republic Of The
782446

Téléphone

+919365086112

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque SD LIVE 24×7 publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager