Abu Ayub Ansar

Abu Ayub Ansar WELCOME MY NEW PAGE এটা flow কৰি দিব🥰❤️❤️ All politicals update পাব

15/08/2025

গৌৰৱোজ্জ্বল ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠান
📍 মৰিগাঁও

12/08/2025

আমছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক ধুবুৰী জিলা আৰক্ষীয়ে আটক কৰি চাপৰ থানাত লৈ গৈছে। গনতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে চলোৱা প্ৰচেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক অতিশীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনালোঁ।

10/08/2025

# like comment share

Liker Løra Aziz mehbubrabbani # #

09/08/2025

جميل ماشاءال🥰🥰😡❤️❤️❤️❤️❤️❤️❤️

09/08/2025

আজি কালি কি যে হ্ব 😂😂🤣🤣
মোক supprot koror

09/08/2025

চাই এটা share কৰক
সৰু লৰা ছোৱালিক এই বস্তূ নোখোৱাব

08/08/2025

মুৰ্খতাৰো সীমা থকা উচিত।
ধৰ্ম বাদেই, অসম বিচিত্ৰ জনগোষ্ঠীৰ ৰাজ্য। ইয়াত বিচিত্ৰ সম্বোধন, বিচিত্ৰ শব্দৰ সমাহাৰ চলে।

মুৰ্খতাৰো সীমা থকা উচিত।ধৰ্ম বাদেই, অসম বিচিত্ৰ জনগোষ্ঠীৰ ৰাজ্য। ইয়াত বিচিত্ৰ সম্বোধন, বিচিত্ৰ শব্দৰ সমাহাৰ চলে।       ...
08/08/2025

মুৰ্খতাৰো সীমা থকা উচিত।
ধৰ্ম বাদেই, অসম বিচিত্ৰ জনগোষ্ঠীৰ ৰাজ্য। ইয়াত বিচিত্ৰ সম্বোধন, বিচিত্ৰ শব্দৰ সমাহাৰ চলে।

📌ৰাজ্য কঁপাই যোৱা গেলাবিল কাণ্ডৰে জড়িত দশমজন অভিযুক্ত ফাগুন্দ্ৰ শ্ৰেষ্ঠক গ্ৰেপ্তাৰ...
08/08/2025

📌ৰাজ্য কঁপাই যোৱা গেলাবিল কাণ্ডৰে জড়িত দশমজন অভিযুক্ত ফাগুন্দ্ৰ শ্ৰেষ্ঠক গ্ৰেপ্তাৰ...

AAMSU গণ বিক্ষোভ আন্দোলন, ১১ আগষ্ট! চিৰাকুটা 📍সমূহ ৰাইজলৈ আহ্বান -অহা ১১ আগষ্টত ধুবুৰী জিলাৰ বিলাসীপাৰা চিৰাকুটা অমানৱীয়...
08/08/2025

AAMSU
গণ বিক্ষোভ আন্দোলন, ১১ আগষ্ট! চিৰাকুটা 📍

সমূহ ৰাইজলৈ আহ্বান -
অহা ১১ আগষ্টত ধুবুৰী জিলাৰ বিলাসীপাৰা চিৰাকুটা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে AAMSU ৰ গণ বিক্ষোভ আন্দোলনত প্ৰতিবাদী কাৰ্যসূচীত দলেবলে যোগদান কৰাৰ বাবে আহ্বান জনালোঁ।

উচ্ছেদ, অবিচাৰ আৰু সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে -
এই আন্দোলন হৈছে আমাৰ গৰ্জন।
একতা, ন্যায় আৰু অধিকাৰৰ কণ্ঠস্বৰ।

📢 আপোনাৰ উপস্থিতি আমাৰ শক্তি!
📢 আপোনাৰ সমৰ্থন আমাৰ সাহস!

নগাঁৱ জিলাৰ নিৰ্ভৰযোগ্য দ্বীনি প্ৰতিষ্ঠান "মৰ্কজুল উলুম ৱাদ্দাৱাহ হাতীপাৰা"ৰ পৰা প্ৰকাশিত বছৰেকীয়া আলোচনীত মোৰ এটি প্ৰৱন...
22/02/2024

নগাঁৱ জিলাৰ নিৰ্ভৰযোগ্য দ্বীনি প্ৰতিষ্ঠান "মৰ্কজুল উলুম ৱাদ্দাৱাহ হাতীপাৰা"ৰ পৰা প্ৰকাশিত বছৰেকীয়া আলোচনীত মোৰ এটি প্ৰৱন্ধ। যাৰ শিৰোনাম হ'লঃ ধৰ্মীয় মাদ্ৰাছাৰ চান্দা প্ৰসংগে একলম।
🥰🥰

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Abu Ayub Ansar publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager