Rangiar Khabar

Rangiar Khabar RANGIAR KHABAR APUNAR BABE

সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত চলি থকা অভিনয় কৰ্মশালাৰ কাইলৈ অৰ্থাৎ ২৭ জুলাইত  সামৰণি অনুষ্ঠান --
26/07/2025

সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত চলি থকা অভিনয় কৰ্মশালাৰ কাইলৈ অৰ্থাৎ ২৭ জুলাইত সামৰণি অনুষ্ঠান --

23/07/2025

ৰঙিয়াত ইণ্ডিয়ান বেংকৰ ঋণ মুক্তি শিবিৰ-


21/07/2025

আজি শাওন মাহৰ প্ৰথমটো সোম বাৰ । ৰঙিয়াৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় শিৱ মন্দিৰত ভক্তৰ ভিৰ। হিন্দু ধৰ্মৰ মতে শাওনৰ মাহটো অতি পৱিত্ৰ মাহ বুলি ধৰা হয়-

20/07/2025
17/07/2025

গোৱালপাৰাৰ উচ্ছেদ সন্দৰ্ভত ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰঙিয়া প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন । সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ শীৰ্ষ নেতা দীনেশ কলিতাই -

17/07/2025

গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ আৰু গুলিচালনা ঘটনাক লৈ সদৌ বড়োভূমি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি টাইছন হুছেইনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।পাইকানৰ গুলীচালনা ঘটনাক গৰিহণা দি সভাপতি গৰাকীয়ে কয় যে
আৰক্ষীৰ হাতত বিকল্প ব্যৱস্থা থকাৰ পিছতো গুলীওৱা ঘটনা মানবতাৰ পৰিপন্থী বুলি মন্তব্য কৰে ।

ৰঙিয়াৰ এছ এছ বিত লন টেনিছ টুৰ্ণামেণ্ট আৰম্ভ -
17/07/2025

ৰঙিয়াৰ এছ এছ বিত লন টেনিছ টুৰ্ণামেণ্ট আৰম্ভ -

ৰঙিয়াৰ ঔদ্যোগিক প্ৰতিষ্ঠান আই টি আইত কেইবাটাও পদ খালী --  যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে 70861 91688ফোন নম্বৰতযোগাযোগ কৰিব প...
16/07/2025

ৰঙিয়াৰ ঔদ্যোগিক প্ৰতিষ্ঠান আই টি আইত কেইবাটাও পদ খালী -- যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে
70861 91688ফোন নম্বৰত
যোগাযোগ কৰিব পাৰে -

12/07/2025

কংগ্ৰেছ দলৰ কামৰূপ জিলা সমিতিৰ নব নিযুক্ত সভাপতি প্ৰানজিত চৌধুৰীয়ে আজি ৰঙিয়াত কি ক'লে ?

12/07/2025

*ৰঙিয়াৰ জয়ন্তীপুৰত ধাৰাবাহিক অগ্নিসংযোগৰ ঘটনা।*

*দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰে তুলেন লহকৰ পুজি ঘৰত,পুজি ঘৰৰ লগতে অগ্নিদগ্ধ হয় এটি গাভিনী গাই গৰু*

*বিগত এটা সপ্তাহত একেটা অঞ্চলৰে তিনিটি ঘৰত হয় এই অংগ্নিসংযোগৰ ঘটনা*

*ভুক্তভোগী ৰাইজৰ মতে ড্ৰাগচৰ ঘাটি চলে সমগ্ৰ অঞ্চলটোত*

11/07/2025

ৰঙিয়াত আছুৰ অভিনন্দন অনুষ্ঠান --

11/07/2025

*ৰঙিয়াত পোন প্ৰথমবাৰৰ ভাৰতীয় সেনাত আৰম্ভ কৰা হৈছে "YOUNG INFO WARRIORS" শীৰ্ষক এটা ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰাম*

*পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামত অংশ লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ লগতে অন্য কেইবাটাও বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে*

*ভাৰতীয় সেনাই কি ধৰণে অনুশীলন কৰে, বিভিন্ন সময়ত অহা প্ৰত্যাহ্বান সমূহক কি ধৰণে মোকাবিলা কৰে, সেইসমূহ এই ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে দেখুওৱা হৈছে*

*যুদ্ধ বিগ্ৰহৰ সময়ত কি ধৰণে যোগাযোগ ব্যবস্থাৰ সহায় লয়, কি ধৰণে যোগাযোগ স্থাপন কৰে,সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা জোৱানে কি ধৰণে অভিযান চলাই সেইসমূহ ছাত্ৰ ছাত্ৰী সকলৰ সন্মুখত উপস্থাপন কৰোৱা হয়*



Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Rangiar Khabar publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager