RH Public News Axom

RH Public News Axom Media news company
জন সাধাৰণৰ খৱৰ সদায় সত্যৰ দিশত প্ৰচাৰিত

25/07/2025
15/07/2025

মানকাচৰৰ কুচনীমাৰাত প্ৰশাসন উচ্ছেদ

চৰকাৰী মাটি বেদখলকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ এই অভিযান । news Axom

13/07/2025

নদীৰ দৃশাংক চাওঁক

12/07/2025

আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কথা মতে কাম দক্ষিণ # শালমাৰা মানকাচৰ জিলাত অসমৰ আন আন জিলাৰ লগত যাতে সম ভাৱে উন্নয়ন হয় তাৰে প্ৰয়াস অসম চৰকাৰৰ সন্মানীয়া মন্ত্ৰী Nandita Gorlosa হাটশিঙিমাৰীত আহি উপস্থিত হয়। news Axom #

11/07/2025

হাটশাঙিমাৰীত উপস্থিত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা, মীন, ৰাজহুৱা কাম-কাজ (ৰাস্তা) ৰ বিভাগীয় মন্ত্ৰী কৃষ্ণানেন্দু পাল।
কেইবাটাও কাৰ্যসূচী লৈ হাটশিঙিমাৰীত উপস্থিত হয় মন্ত্ৰী কৃষ্ণানেন্দু পাল। news Axom

11/07/2025

এইবাৰ নামনি অসমত গঢ়াখহনীয়াৰ ভয়ংকৰ তাণ্ডৱ:

অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে।

ভাৰত‌ বাংলাদেশ সীমান্তৱৰ্তী এলেকা কোকৰাডাঙ্গাত ব্যাপক গৰাখহনীয়া:

পূৱাৰে পৰাই অব্যাহত আছে খহনীয়াৰ ভয়ংকৰ তাণ্ডৱ :
গৰাখহনীয়া আনিছে বিপদজনক। সমস্যাত পৰিছে একাংশ গাওঁ লোকে

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কোকৰাডাঙ্গাত ভয়াবহ গৰাখহনীয়াই তাণ্ডব চলাইছে। স্হানীয় ৰাইজে দাবি তুলিছে চৰকাৰৰ ওচৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ অনুৰোধ জনায়।

এনেকৈ গৰাখহনীয়া চলি থাকিলে ভাৰত বাংলাদেশ সীমান্ত পথ অচিৰেই বিধ্বস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে। সেয়েহে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে দাবী জনায়।
উল্লেখ্য যে এই অঞ্চলটো দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা ২ কি: মি: নিলগত। সেয়েহে এই অঞ্চলটো প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে জিলাৰ সদৰ হাটশিঙিমাৰী বিধ্বস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে।

11/07/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলাত- মন্ত্ৰী কৃষ্ণানেন্দু পাল কয় যে ৰাজ্যত সকলো জিলাতে সমান সমান উন্নয়ন কাম কাজ হব এই বেলি দক্ষিণ শালমাৰা মানকাচৰ জিলাতে একেদৰে হব বুলি মন্তব্য প্ৰকাশ কৰে । হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আহি মন্ত্ৰী জনে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৰকপ্তানী বিভাগৰ জৰাজীৰ্ণ পথৰ বিষয়ে আলোচনা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

08/07/2025

কুচনিমাৰা জোৰডাঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰে অংকিতা খাতুন

07/07/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলাত অন্তৰ্গত খাৰুৱাবান্ধা দৈনিক বজাৰৰ কাষতে পাব প্ৰশিক্ষণ ব্যৱস্থাৰ কাৰ্য্যলয়

খাৰুৱাবান্ধা দৈনিক বজাৰৰ Employment Exchange কাৰ্য্যলয়ৰ কাষতে Indian Technical institute ৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন অনুষ্ঠিত কৰে news Axom

30/07/2024

দক্ষিণ শালমাৰা মানকাচৰ জিলা হাটশিঙিমাৰী খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গাওঁবুঢ়াৰ চৰকাৰী চাকৰি কৰা সকলো বাবে প্ৰশিক্ষণ আৰু আইনৰ বিষযে নিয়ম নীতি অনুসৰি কৰি মানি চলিব লাগে।

26/06/2024

খাৰুৱাবান্ধাত এখন চাৰিচকীয়া বাহন বিক্ৰীৰ বাবে সাজু বাহন খনৰ নাম Hyundai Verna, কাৰোবাৰ যদি চাৰিচকীয়া বাহন আৱশ্যক হয় তেন্তে স্ক্ৰীণত দিয়া মোৱাইল নম্বৰ মাধ্যমেৰে যোগেদি যোগাযোগ কৰিব পাৰে। মোৱাইল নাম্বাৰটো হল 8011803168 what'sapp নম্বৰ , sms প্ৰেৰণ কৰক।

Send a message to learn more

Adresse

South Salmara Mankachar, Assam
Democratic Republic Of The

Heures d'ouverture

Lundi 09:00 - 17:00
Mardi 09:00 - 17:00
Mercredi 09:00 - 17:00
Jeudi 09:00 - 17:00
Vendredi 09:00 - 17:00
Samedi 09:00 - 17:00
Dimanche 09:00 - 17:00

Téléphone

+19365987778

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque RH Public News Axom publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager