NE TIME 24 NE TIME 24 is a Digital News Channel, created by the HUMAN RIGHTS FOUNDATION, ASSAM, INDIA.

https://youtu.be/IOeJ9sqCL4k?si=E5uL1zFkwzMgvff6
04/09/2025

https://youtu.be/IOeJ9sqCL4k?si=E5uL1zFkwzMgvff6

NE TIME UDDIPONA BOTA 2025 *ৰূপসজ্জা ক্ষেত্ৰৰ গৌৰৱী অসমীয়া*বঁটা প্ৰাপক বিশিষ্ট সমাজকৰ্মী, ৰূপসজ্জাকাৰ সাধনা সিনহাৰ সৈতে বিশেষ ক...

https://youtu.be/5F83i-fULg4?si=Aa4R8hsDUrhYBIlS
01/09/2025

https://youtu.be/5F83i-fULg4?si=Aa4R8hsDUrhYBIlS

Human Rights and Anti corruption Foundation, INDIA ৰ কেন্দ্ৰীয় সমিতি আৰু কৰ্ণধাৰ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ হোটেল Decav ত অনুষ্....

29/08/2025

✍️আজি প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা দেৱৰ জন্ম শতবাৰ্ষিকী চৰকাৰী ভাবে অনুষ্ঠিত হৈছে
✍️এয়া আমাৰ বাবে অতিকৈ গৌৰৱৰ কথা ✍️কিন্তু সেই গোলাপ বৰবৰাৰ নীতি - আদৰ্শ আমি কিমান গ্ৰহণ কৰিব পাৰিছোঁ
✍️প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাই বহিৰাগত বিতাড়নৰ বাবে প্ৰচেষ্টা হাতত লৈছিল
✍️ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও লৈছে
✍️ কিন্তু বহিৰাগত সম্পৰ্কত দুয়োজনৰ চিন্তা-কৰ্ম সুকীয়া
✍️ দুয়োজনৰ চিন্তাধাৰা দুই মেৰুত অৱস্থিত
✍️গোলাপ বৰবৰা দেৱৰ নীতি - আদৰ্শ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰিব কিয় নোৱাৰে!!!
✍️ইত্যাদি বিভিন্ন পৰ্য্যালোচনাৰে আজিৰ সম্পাদকীয় আগবঢ়ালে মুখ্য সম্পাদক প্ৰতিমা বৰুৱাই
TopFans HighLight #পৰম্পৰাne

24/08/2025

পৰম্পৰা NE, Inauguration and Felicitation
TopFans

18/08/2025

NE TIME উদ্দীপনা বঁটা-২০২৫ প্ৰদান আৰু *পৰম্পৰা NE* নামৰ আলোচনী উন্মোচনৰ কিয়দাংশ
#পৰম্পৰাne

26/06/2025

হাতী পোৱালি এটাই পাচলি বেপাৰীৰ পৰা পাচলি খোৱাৰ এক মনোৰম দৃশ্য
Daily Highlight TopFans

26/06/2025

যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত গৌৰৱ গগৈৰ উদাত্ত ভাষন
Daily Highlight TopFans #গৌৰৱগগৈ

18/06/2025

খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাটি বৃহৎ ব্যৱসায়ীক গোষ্ঠীক বিক্ৰী কিয়?

মন্ত্ৰী - বিধায়ক সকলৰ হাজাৰ হাজাৰ বিঘা মাটি বিক্ৰী নকৰে কিয়?

এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ
Daily Highlight TopFans #গৌৰৱগগৈ #হিমন্তবিশ্বশৰ্মা #অতুলবৰা #কেশৱমহন্ত #অসমীয়া

18/06/2025

#অসমীয়াকোন??? #চিন্তনীয়
*বৰ অসমৰ ভেটি গঢ়োঁতা পৰাক্ৰমী সম্প্ৰদায়টোৱেও যদি সংৰক্ষণ বিচাৰে*

*ৰাজ্য শাসনৰ বাঘজৰী যি সম্প্ৰদায়ৰ হাতত ১২০০ খৃষ্টাব্দৰপৰা আজিওঁ আছে বা ভৱিষ্যতেও থাকিব বুলি ক'ব পাৰি*

*যদিওবা কিছু কিছু সময়ত ব্যতিক্ৰম হৈছে*

এটা চিন্তনীয় বিষয়। আমি অসমীয়া বুলি পৰিচয় দিবলৈ সক্ষম হোৱাৰ আঁৰৰ পৰাক্ৰমী সম্প্ৰদায়টোৱে কিছু বছৰৰ পৰা সেই সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ দাবী তুলি আহিছে। মাজে মাজে বিষয়টোয়ে ৰাজ্য ৰাজনীতিত নতুবা দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত তোলপাৰ লগোৱা পৰিলক্ষিত হৈ আহিছে।

শেহতীয়াকৈ পুনৰ বিষয়টোয়ে উক দিছে ।বেছিকৈয়ে উক দিছে। কাৰণ ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন সমাগত। দেখা যায় যে এনে ধৰণৰ দাবী সমূহে অন্য সময়ত নহ'লেও কেন্দ্ৰ - ৰাজ্যৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে ৬ষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত ছয় জনগোষ্ঠীয় বিষয়টোয়েও বেছিকৈ উক দিয়া দেখা যায়।

এই আলোচনাত আমি অন্যান্য জাতি - জনগোষ্ঠী সমূহৰ কথা আলোচনা কৰিব বিচৰা নাই। কাৰণ ছয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত জাতি জনগোষ্ঠী সমূহৰ ওপৰিও অসমত বসবাস কৰা বিভিন্ন সৰু-বৰ জাতি - জনগোষ্ঠীৰ বৈচিত্ৰময় জাতীয় সংস্কৃতি আৰু ভাষা সাহিত্যই অসমীয়াকে ধৰি ভাৰতৰ ধ্ৰুপদী ভাষা বুলি স্বীকৃত ভাষা- সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ব্যাপকতাই সংকুচিত কৰি আনা দেখা যায়। সেয়েহে সেই জাতি - জনগোষ্ঠী সমূহে তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ বাবে লগতে তেওঁলোকৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে চেষ্টা চলোৱা বিষয়টো অতিকৈ প্ৰয়োজনীয় বুলি আমি ভাবোঁ।

কিন্তু যিটো জাতি - সম্প্ৰদায়ে নিজৰ ধৰ্ম - ভাষা - সাহিত্য - সংস্কৃতি স্থানীয় লোকৰ মাজত বিলীন কৰি সেই সময়ৰ ৰাজনৈতিক ভাবে বিশৃংখল অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি গঢ দিছিল বৰ অসমৰ, নাম দিছিল বৃহত্তৰ অসমীয়া জাতি, অসমৰ পথাৰৰ আহঁত গছৰ তলৰ বিহুক ৰাজকীয় মান্যতা প্ৰদান কৰা বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতি গঢ়োঁতা সকলেই যদি অস্তিত্বহীনতাত ভোগে নাইবা সংৰক্ষণৰ দাবী তোলে সেয়া অসমীয়া জাতিৰ বাবে হ'ব চৰম দূৰ্ভাগ্যজনক কথা ।

অসমীয়াৰ এই প্ৰধান সম্প্ৰদায়টোৰ এনে কাৰ্য্যই ৰাজ্যত সৃষ্টি কৰিব চৰম বিশ্বাসহীনতাৰ আৰু ৰাজনৈতিক অস্থিৰতাৰ!!!
ছয জনগোষ্ঠীৰ অন্তৰ্ভুক্ত #আহোম জনগোষ্ঠীৰ কথা কোৱা হৈছে এই আলোচনাত।
Daily Highlight TopFans #আহোমজাতীয়গণমঞ্চঅসম #হিমন্তবিশ্বশৰ্মা #গৌৰৱগগৈ #অসমীয়া #টাইআহোম #উজনিঅসম

13/06/2025

পিতৃয়ে গাড়ীৰ AC on কৰি কনমানি এগৰাকীক ভিতৰত থৈ বাহিৰলৈ গৈছিল

পিছ মূৰ্হুততে সংঘটিত এই ঘটনা

বাহনখনৰ পৰা ধোঁৱা ওলাই ধোঁৱাময় হৈ গ'ল নিমিষতে

অৱশ্যে স্থানীয় লোকে তৎপৰতাৰে কণমানিজনীক গাড়ীৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে

এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ DC কাৰ্যালয়ৰ সন্মুখত
Daily Highlight TopFans

আহমেদাবাদ ট্ৰেজেডীঅভিশপ্ত বিমান দূৰ্ঘটনাত পাঁচজনীয়া পৰিয়ালটো নিঃশেষ হৈ গ'ল২২৪ জন লোকৰ মৃ/ত্যু হয় এই দূৰ্ঘটনাতDaily Hig...
12/06/2025

আহমেদাবাদ ট্ৰেজেডী

অভিশপ্ত বিমান দূৰ্ঘটনাত পাঁচজনীয়া পৰিয়ালটো নিঃশেষ হৈ গ'ল

২২৪ জন লোকৰ মৃ/ত্যু হয় এই দূৰ্ঘটনাত
Daily Highlight TopFans

12/06/2025

আহমেদাবাদৰ বিমান দূৰ্ঘটনাত খিৰিকীৰে জপিয়াই প্ৰাণ ৰক্ষা কৰা ব্যক্তিজনে খোজকাঢ়ি এম্বুলেন্সৰ ফালে আহি থকা দৃশ্য
Daily Highlight TopFans

Adresse

Namghor Path, Milijuli Path, Panjabari, Guwahati/37
Democratic Republic Of The

Téléphone

+918011563408

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque NE TIME 24 publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager