Ravidassia Mirror of Assam

Ravidassia  Mirror of Assam It's a mirror of our life, mirror of our talents and mirror of our society.

27/10/2025

27/10/2025
27/10/2025

बाबा साहेब अम्बेडकर के अनसुनी किस्से और 50 साल पहले का भाषण देखकर आपकी आँखों में पानी आ जाएगा ...

27/10/2025

क्या हनुमान उड़ सकता था ? sacchi ramayan । पेरियार की सच्ची रामायण । sacchi ramayan lanka kand ।................................................................

অসম চৰকাৰৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱা গোলাঘাট জিলাৰ ৰঙামাটিৰ উজ্বল ৰবিদাসক অভিনন্দন জনোৱাৰ মূহুৰ্তত সদৌ অসম ৰবিদাস সন্মি...
27/10/2025

অসম চৰকাৰৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱা গোলাঘাট জিলাৰ ৰঙামাটিৰ উজ্বল ৰবিদাসক অভিনন্দন জনোৱাৰ মূহুৰ্তত সদৌ অসম ৰবিদাস সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কাজু ৰবিদাস, সদৌ অসম ৰবিদাস যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লোকেন্দ্ৰ ৰবিদাস, সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি গণেশ ৰবিদাস আৰু উপদেষ্টা গংগাৰাম ৰবিদাসৰ লগতে অন্যান্য বিষয়ববীয়া সকলে। আনহাতে গোলাঘাট জিলাৰ কৰুণাটিং চাহ বাগিছাৰ নৰেন ৰবিদাসে অসম আৰক্ষী বিভাগত নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱা বুলি জানি সদৌ অসম ৰবিদাস সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মহেন ৰবিদাসে সতীৰ্থৰ সৈতে ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে সদৌ অসম ৰবিদাস যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সৰ্বেশ্বৰ ৰবিদাস আৰু সম্পাদক কৰন ৰবিদাসৰ নেতৃত্বত এটি সজাতি দল গৈ তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলৰ ডিয়ামূলী চাহ বাগিছাৰ শিক্ষক নৰেশ ৰবিদাসৰ জীয়ৰী প্ৰীয়ম দাসক স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হিচাপে নিৰ্বাচিত হোৱা বাবে সম্বৰ্দ্ধনা জনোৱাৰ দৃশ্য।

26/10/2025
26/10/2025

⚠️ DisclaimerThis video is for educational and informational purposes only. It is based on the t...

25/10/2025

Adresse

37 National High Way
Democratic Republic Of The

Téléphone

+919207328131

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Ravidassia Mirror of Assam publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à Ravidassia Mirror of Assam:

Partager