Mission of Youth Power

Mission of Youth Power যুৱ শক্তিয়েই হৈছে পৰমশক্তি ! আহক সঠিক দিশ আৰু পথেৰে একেলগে আগুৱাই যাওঁ - Youth is the ultimate power! Let's move forward together !

07/10/2025

Song: Mur MonFilm: Roi Roi BinaleLabel: i Creations & Zeal Creations ⸻ Assamese Lyrics -মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মো...

28/09/2025
যুৱনেতা ধ্ৰুৱজ্যোতি গগৈ জিন্দাবাদ ✊✊✊
30/08/2025

যুৱনেতা ধ্ৰুৱজ্যোতি গগৈ জিন্দাবাদ ✊✊✊

30/08/2025

সু- প্ৰভাত! দিনটোৰ পলে - অনুপলে আপোনালৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি-সমৃদ্ধি তথা আশাৰ বতৰা !

16/08/2025

মনোবিজ্ঞানৰ মতে অত্যাধিক চিন্তা কৰা সকলৰ এইটো হয় যে , যেতিয়া তেওঁ কোনো লোকৰ সৈতে গভীৰ সম্পৰ্কত সংলগ্ন হৈ পৰে তেওঁৰ মানসিকতা সেইগৰাকীৰ সহাঁৰিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে ! তেওঁৰ একোটা সৰু মেচেজে তেওঁৰ গোটেই দিনটো বর্বাদ বা মধুময় কৰি তুলিব পাৰে ! অত্যাধিক চিন্তা কৰা সকলৰ ৰিমত আনৰ লগত থাকে । কিয়নো অতিৰিক্ত চিন্তা কৰা সকল বহুত সোনকালে আৱেগিক হৈ আনৰ সৈতে সংলগ্ন হৈ পৰে । তেওঁৰ আত্মা সংযোগ হৈ পৰে অন্য এজন ব্যক্তিৰ সৈতে । আৰু যদি তেওঁ সেই ব্যক্তিজনৰ মাজত অলপো পৰিৱৰ্তন দেখা পাই তেন্তে তেওঁ অনুভৱ কৰে তেওঁৰ সেই পৰিৱৰ্তনত ! যদি আপুনি এনেকৈ আপোনাৰ আৱেগত বেলেগৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে তেন্তে আপুনিয়েই শেষত আঘাত পাব আৰু অশান্তি ভুগিব ! যদি কাৰোবাৰ সৈতে গভীৰ সম্পৰ্কত সংলগ্ন হৈছে তেন্তে হৃদয়ৰ লগতে মন - মগজুৰো উচিত ব্যৱহাৰ কৰাটো প্ৰয়োজন ।

15/08/2025

আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিছোঁ 💚💚💚 এই ক্ষণত দেশৰহকে প্ৰাণ আহুতি দিয়া প্ৰতিজন স্বাধীনতা সংগ্ৰামী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ লগতে দেশ সেৱা কৰা প্ৰতিগৰাকী সেনা-জোৱানলৈ চেল্যুট জনাইছোঁ 🇮🇳🇮🇳🇮🇳 জয় হিন্দ 🇮🇳🇮🇳🇮🇳🇮🇳 ভাৰত মাতা কি জয় 🇮🇳🇮🇳🇮🇳🇮🇳

15/08/2025
08/08/2025

নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।

03/08/2025
31/07/2025

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Mission of Youth Power publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à Mission of Youth Power:

Partager