SM News Assam

SM News Assam SM News Assam, A Pioneering Platform rooted in Assamese language Media , Delivers News and insightful Commentary on regional affairs. No. RS/CRG/261/D/44) News

Our mission is to inform, Inspire, and Empower The People.Under The auspices of PRERONA NGO.(Regd.

23/07/2025

পুনৰ ৰাজ্যত ভুৱা চিকিৎসকৰ ঘৃণনীয় কাণ্ড

23/07/2025

গোলকগঞ্জ সম জিলা কাৰ্যালয়ত উত্তেজনা। বিজেপি অগপৰ মাজত হতাহতি মাৰপিট।

22/07/2025

ধুবুৰীৰ পোৰাৰচৰ পঞ্চায়ত উঠি ৰজা বহি ৰজা পঞ্চায়ত সভানেত্ৰীৰ স্বামী মিজানুৰ ৰহমান।

21/07/2025

বিজনীত জিলা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা চিৰাং প্ৰশাসন আৰু প্ৰেৰণা এন.জি.ও ৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

21/07/2025

পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ : লোকে লোকাৰণ্য কুলবিলঘাট ৰাজহুৱা শিৱালয় :

21/07/2025

গৌৰীপুৰত প্ৰায়ত অঞ্জলি ব্ৰহ্মৰ শ্ৰাদ্ধ অনুষ্ঠানত প্ৰবন্ধ সফুৰা নামত কিতাপৰ উন্মোচন কৰা হয়।

21/07/2025

*৩৪ সংখ্যক নলবাৰী জিলা ভিত্তিত টাইকোৱানডো প্রতিযোগিতাত বর্ণিবাৰী টাইকোৱানডো একাডেমীৰ ৬ খেলুৱৈৰ কৃতিত্ব অৰ্জন*

20/07/2025

গৌৰীপুৰ আৰক্ষীৰ বৃহৎ সফলতা।

এ*য়া*ৰ*গা*ন , এমোনেচন কণ্টেইনাৰ , মোবাইল ফোন, লগতে বৃহৎ পৰিমানৰ ব্ৰা*উ*ন *** জব্দ।

19/07/2025

অৱশেষত উদ্ধাৰ হল শুকুৰ আলীৰ চাহৰ দোকান।

যোৱা কালি গৌৰীপুৰ পুখুৰীৰ পাৰৰ পৰাই কোনো দুৰ্বৃত্তই সম্পূৰ্ণ দোকান উটাইলৈ গৈছিল।

19/07/2025

ধুবুৰীত সদৰ আৰক্ষী থানাত কিন্নৰৰ অভিযোগত আটক হ’ল বাংলাদেশী কিন্নৰ ।

19/07/2025

ৰাজ্যজুৰি খৰাংৰ বিভীষিকা।অনাবৃষ্টিয়ে হাহাঁকাৰ লগাইছে ৰাজ্যৰ লাখ লাখ কৃষকৰ মাজত। পানীৰ অভাৱত ছন পৰাৰ উপক্ৰম ।

নলবাৰী জিলাৰ পিপলিবাৰী গাঁওত শ শ বিঘা কৃষিভূমি ছন পৰাৰ উপক্ৰম।

18/07/2025

শুকুৰ আলী কান্দিছে কিয়নো এইবাৰ শুকুৰ আলীৰ চাহৰ দোকান চুৰি হৈছে।

Adresse

Democratic Republic Of The

Téléphone

+917002385829

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque SM News Assam publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager