Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ

Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ Advertisement / যিকোনো বিজ্ঞাপনৰ বাবে যোগাযোগ
কৰক 6000582375
(6)

19/12/2025

📌কম্পিউটাৰ শিক্ষা ল'ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ।
📌কয়াকুছিত নতুনকৈ মুকলি কৰা হ'ল কম্পিউটাৰ শিক্ষাৰ ইনষ্টিটিউট।
📌বৰপেটাৰ কয়াকুছি কনিষ্ঠ মহাবিদ্যালয়ৰ ওচৰত তথা নায়েৰা পেট্ৰল পাম্পৰ উত্তৰফালে Flipkart Office ৰ ওপৰ মহলাত নতুনকৈ মুকলি কৰা হয় " AP Tech Computer Institute" নামৰ এখন কম্পিউটাৰ শিক্ষাৰ অনুষ্ঠান।

19/12/2025

কয়াকুছিৰ Laziz Pizza ফেমিলি ৰেষ্টুৰেণ্টত উপলব্ধ হৈছে অনলাইন তথা হোম ডেলিভাৰীৰ ব্যৱস্থা।
যোগাযোগ নম্বৰঃ 6001211313

19/12/2025

কংগ্ৰেছৰ ৱাৰ্ড সভাপতি AIUDF ত যোগদান

18/12/2025

সোনাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ ঐঃ আৰিফুৰ ৰহমান।

17/12/2025

📌 বৰপেটাৰ কোন কোন স্থানত হব প্ৰশাসনৰ বৃহৎ উচ্ছেদ।
📌 বৰপেটাত উপস্থিত হৈ স্বয়ং মূখ্যমন্ত্ৰীয়ে ঘোষনা কৰিলে এই কথা।
📌 অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

17/12/2025

২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বাগোদী ও উত্তৰ দেব্ৰাদী যুৱ সংঘ এণ্ড লাইব্ৰেৰীৰ বাৰ্ষিক অধিৱেশন ও সাংস্কৃতিক সন্ধিয়া।

16/12/2025

'মোৰ এখন ডায়েৰী ভৰ্তি আছে, ক'ত কোনে দালালি কৰি আছে'। 'মই ক্ষমতাত আহিলে সেইকেইটাৰ ভীষণ শাস্তি হ'ব' । 'বৰপেটা জিলা আয়ুক্ত SPৰ ভয়ত পেপুৱা লাগি থাকে'। 'SP ৰ নাম ল’বলৈ তেওঁৰ সাহস নাই'। জিলা প্ৰশাসন আৰু থানাৰ দালালক উদ্দেশ্যি বিধায়ক শ্বেৰমান আলীৰ বিস্ফোৰক মন্তব্য ।

Adresse

Kayakuchi, Barpeta
Democratic Republic Of The

Téléphone

+916000969327

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager