NORTH EAST অসম

NORTH EAST অসম Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de NORTH EAST অসম, Media/News Company, Democratic Republic of the.

North East অসম is first of its kind fully dedicated Digital News Media from Northeast, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.

13/04/2025

⬛ সন্তোষপুৰ ডুমেৰগুৰী গাওঁ পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাউন্সিলাৰ পদৰ‌ মনোনীত প্ৰাৰ্থী জয়মতী দাসৰ প্ৰচাৰ অভিযান।

⬛ নিৰ্বাচনী প্ৰচাৰৰ মাজতে‌ কেৰম খেলৰ শুভ উদ্বোধন কৰিলে সন্তোষপুৰ ডুমেৰগুৰী গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ কাউন্সিলাৰ পদৰ‌ মনোনীত প্ৰাৰ্থী জয়মতী দাসে।

13/04/2025

লেংটিছিঙাত ১০ নং ৰাঙাপানী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত সদস্যা ছানিয়াৰা খাতুনৰ সমৰ্থনত সংবাদ মেল।

সংবাদ মেলত উপস্থিত থাকে ৰাঙাপানী জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৫ মণ্ডল কংগ্ৰেছৰ সভাপতি সকল।

সংবাদ মেল যোগে ছানিয়াৰা খাতুনক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে সৰ্বস্তৰৰ ভোটাৰ ৰাইজলৈ অনুৰোধ।

সমষ্টিটোত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত উত্থাপন হোৱা ধনৰ লেনদেনৰ অভিযোগ ভিত্তিহীন বুলি ঘোষণা।

05/01/2025

“অসমীয়া বৰ্তমান” কাকতে অভয়াপুৰীৰ বিশিষ্ট্য সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকলৈ আগবঢ়ালে “চিলাৰায় বঁটা”

03/01/2025
02/01/2025

কছুদোলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি তথা বিজেপি দলৰ নেতা মফিদুল ইছলামে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দল ত্যাগ কৰি আজি বিধায়ক প্ৰদীপ সৰকাৰৰ বাসগৃহত জিলা সভাপতি আবুল কাশেম, জিলা সাধাৰণ সম্পাদক নুৰ ইছলামকে প্ৰমূখ্য কৰি দলীয় আন আন নেতৃবৃন্দৰ উপস্থিতিত কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

02/01/2025

⬛ নৱবৰ্ষৰ প্ৰথম দিনটোতে Swagat Hospital & Research Center ৰ প্ৰশংসনীয় পদক্ষেপ।

⬛ অভয়াপুৰীৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ ককা-আইতাৰ স্বাস্থ্যৰ বুজ ল'লে Swagat Hospital & Research Center ৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালন সঞ্চালক ডা° এছ. কে. দাসে।

02/01/2025
02/01/2025

⬛ অভয়াপুৰীৰ কলবাৰী লৱাৰ আসাম পাব্লিক স্কুলৰ সমীপত বুধবাৰে নিশা পথ দু*ৰ্ঘ**ট*না।

⬛ বাইক আৰু চাইকেলৰ মাজত মুখামুখি সং*ঘ*ৰ্ষ। আহত ২

29/12/2024

অভয়াপুৰীত মুকলি হ'ল বিলাসী হোটেল "হোটেল বিৰিনা"।

অভয়াপুৰীৰ জ্যেষ্ঠ সাংবাদিক বিনোদ বিহাৰী নাথে আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে বিলাসী হোটেল "হোটেল বিৰিনা"।

27/12/2024

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত মধ্য নসত্ৰ প্ৰাথমিক বিদ্যালয়ত অৰাজকতা।

27/12/2024

🔴 লেংটিছিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ অভিযোগ।

🔴 গেলা, দুৰ্গন্ধময়, অপৰিস্কাৰ, অস্বাস্থ্যকৰ পৰিৱেশত শৌচাগাৰ ব্যৱহাৰ কৰি আহিছে ছাত্ৰ-ছাত্ৰী সকলে।

27/12/2024

আমছুৰ তৃতীয় বাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱা ৰেজাউল কৰিম সৰকাৰক যোগীঘোপাত উষ্ম আদৰণি।

বাল্য বিবাহক লৈ এইবাৰ মুখ্যমন্ত্ৰীক টাৰ্গেট আমছুৰ।

বাল্য বিবাহ বন্ধ কৰাৰ নামত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাটক আখ্যা আমছুৰ।

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque NORTH EAST অসম publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager