DD NEWZ

DD NEWZ আমি সত্য আৰু নিৰপেক্ষ।@ #

04/12/2025

📌কলগাছিয়াৰ বাণিজ্য মেলাত অঘটন।
📌মতকা কুৱা খেল প্ৰদৰ্শনৰ সময়ত দূৰ্ঘটনা।
📌দুখনকৈ চাৰিচকীয়া বাহনৰ সংঘৰ্ষ।

02/12/2025

📌মন্দিয়াত‘Robul Battery Service Centre’ নামৰ দোকান মুকলি।

📌ই-ৰিক্সা,বেটাৰী আৰু পাৰ্টছৰ লগতে সকলো ধৰণৰ গাড়ীৰ বেটাৰি উপলবি দোকানখনত।

📌স্থানীয় গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠান সম্পন্ন।

📌অতি কম ডাউন্টপেমেন্টৰ জৰিয়তে লভ পাৰিব ই-ৰিক্সাৰ লগতে বিভিন্ন ধৰণৰ বেটাৰী।

📌আপোনি পুৰণি বেটাৰী জমা দি মাত্ৰ ১০০০ টকাতে লাভ কৰিব পাৰিব যিকোনো বেটাৰি।

📌অধিক জানিবৰ ভাবে আজিই যোগাযোগ কৰক স্বত্বাধীকাৰী ৰুবুল ইছলামৰ সৈতে,যোগাযোগ নম্বৰঃ88224-33658 নম্বৰত।

01/12/2025

📌বৰপেটা জিলাৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ত ৰোগীৰ জীৱনক লৈ চৰম হেইঠালী।

📌চিকিৎসালয়ত কৰ্তব্যৰত নাৰ্চৰ হেমাহীৰ ভাবে ঘন্টাৰ পিছত ঘন্টা চিকিৎসালয়ৰ বিচনাত গৰ্ভভতি মহিলা চটফটাই থকাৰ অভিযোগ।

30/11/2025

📌'ভেলেঙী সাহিত্য-সাংস্কৃতিক গোষ্ঠী,'মন্দিয়াৰ উদ্যোগত কবিতা,গল্প প্ৰতিযোগিতাৰ আয়োজন।

📌সংবাদমেল সম্বোধন সভাপতি-সম্পাদকৰ।

29/11/2025

📌শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন দিশ সামৰি অখিল গগৈয়ে আজি বিধান সভাত দিয়া গুৰুত্বপূৰ্ণ বক্তব্যৰ কিয়দাংশ।

29/11/2025

📌বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ VS জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম।

📌দুয়োজনেই এতিয়া মন্দিয়া সমষ্টিৰ প্ৰতিদ্বন্দ্বী,বিধানসভাৰ মজিয়াত দুয়োজনৰ আলিংগন।

28/11/2025

:📌মন্দিয়া ২১৮ নং বৰদলনী এন,চি 1&2 আদৰ্শ অংগনৱাডী কেন্দ্ৰত চুৰি কাণ্ড।

📌নিশাৰ এন্ধাৰত কেইবাটাও তলা ভাঙি চুৰে চুৰ কৰি লৈ গ'ল কেন্দ্ৰটোত থকা বহু সমাগ্ৰী।

27/11/2025

📌মন্দিয়াৰ ১নং বৰদলনীত বে আইনীভাৱে ভূমি দখল।
📌দুই ফৈদৰ মাজত এডোখৰ মাটিক কেন্দ্ৰ কৰি সংঘটিত হয় এই ভূমি দখল।

27/11/2025

📌মন্দিয়া সাৰ্বজনীন কালি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অহা ২৮ জানুৱাৰী ২০২৬ ইং তাৰিখত অনুষ্ঠিত উপহাৰ কুপনৰ খেলখন মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হব।

📌যোগাযোগ কৰকঃ7429186562 অথবা Whatsapp number 9476530256 নম্বৰত।

📌কাৰ ভাগ্যত আছে Mahindra XUV 700,7 seater,Mahindra scorpioৰ লগতে ১১খনকৈ বিলাসী বাহন।

📌আপোনিও এখন বিলাসী বাহনৰ গৰাকী হ'ব বিচাৰে নেকি?📌মাত্ৰ ১০০ টকাতে হ'ব পৰিব আপোনি বিলাসী বাহৰ গৰাকী।📌যোগাযোগ কৰকঃ7429186562...
26/11/2025

📌আপোনিও এখন বিলাসী বাহনৰ গৰাকী হ'ব বিচাৰে নেকি?

📌মাত্ৰ ১০০ টকাতে হ'ব পৰিব আপোনি বিলাসী বাহৰ গৰাকী।

📌যোগাযোগ কৰকঃ7429186562 অথবা whatsapp number 9476530256 নম্বৰত।

📌মন্দিয়া সাৰ্বজনীন কালি মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অহা ২৮ জানুৱাৰী ২০২৬ ইং তাৰিখত অনুষ্ঠিত উপহাৰ কুপনৰ খেলখন মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হব।

25/11/2025

মন্ত্ৰী অশোক সিংহলৰ জুবিনক্ষেত্ৰৰ মাটিক লৈ বিধান সভাত মুখ্যমন্ত্ৰীৰ আৰু অখিল গগৈৰ সৈতে বিতৰ্ক।

24/11/2025

📌নিশা জুবিন ক্ষেত্ৰত বিধায়ক অখিল গগৈ।

Adresse

Assam
Ghyvelde

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque DD NEWZ publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager