Time 24 Axom

Time 24 Axom সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত সদায় আমি আগত যোগাযোগ নম্বৰ 8811897956

27/10/2025

10_নৱেম্বৰত_লাখ_লাখ_হিতাধিকাৰী_একাউন্টত_ধন_ধৰ্ম_কেডিট,_অৰুণোদয়_আছোনি_3.0,_Breaking_News

26/10/2025

📌 অসম ভাইৰেল লিংক 📌

26/10/2025

Allahu Akbar 🤲

25/10/2025

📌হিন্দু ছোৱালী📌

জুৰীয়াৰ কাৱৈমাৰী আল কোৰাণ একাডেমীত ২০২৬ বৰ্ষৰ ৰাজ্যিক ভিত্তিক ইছলামিক বৃত্তি পৰীক্ষাৰ আয়োজন কৰিছে।ইতিমধ্যে ৰেজিষ্ট্ৰেচ...
23/10/2025

জুৰীয়াৰ কাৱৈমাৰী আল কোৰাণ একাডেমীত ২০২৬ বৰ্ষৰ ৰাজ্যিক ভিত্তিক ইছলামিক বৃত্তি পৰীক্ষাৰ আয়োজন কৰিছে।

ইতিমধ্যে ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে ইচ্ছুক পাৰ্থীয়ে নিজৰ নিজৰ নাম ৰেজিষ্ট্ৰেচন কৰাৰ বাবে আল কোৰাণ একাডেমীৰ কৰ্তৃপক্ষই আহ্বান জনাইছে।

আল কোৰাণ একাডেমীয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়ায়ছে এই সুবৰ্ণ সুযোগ

ছাত্ৰ-ছাত্ৰী সকলে বেনাৰত দিয়া নম্বৰত যোগাযোগ কৰি নিজৰ নাম ৰেজিষ্ট্ৰেচন কৰায় পৰীক্ষাৰ চেলেবাজ ভিত্তিক কিতাপ সংগ্ৰহ কৰক। সেই কিতাপ পঢ়ি ইছলামিক জ্ঞান লাভ কৰাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলক।

নৱম শ্ৰেণীৰ পৰা ডিগ্ৰী লৈকে গ্ৰুপ (A) । এই গ্ৰুপত ১ম পুৰস্কাৰ ২০,০০০ হাজাৰ টকা,দিত্বীয় পুৰস্কাৰ ১৫,০০০হাজাৰ টকা, তৃতীয় পুৰস্কাৰ ১০,০০০হাজাৰ টকা।

সষ্টম মান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈকে গ্ৰুপ (B) ।এই গ্ৰুপৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে প্ৰথম পুৰস্কাৰ ১০,০০০টকা , দিত্বীয় পুৰস্কাৰ ৭,৫০০টকা , তৃতীয় পুৰস্কাৰ ৫,০০০টকা

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এই ইছলামিক বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিদ্যালয়ৰ শিক্ষক সকলেও যাতে সহযোগ কৰে তাৰ বাবেও আহ্বান জনায় আল কোৰাণ একাডেমীৰ কৰ্তৃপক্ষই।
ৰেজিষ্ট্ৰেছন কৰাৰ বাবে যোগাযোগ কৰক
9394025822
80115 56150
News desk report

22/10/2025

মিঞাক যোনে যেনেকে পাইছে ঢোল হিচাপে বজাই থৈ গৈছে

মিঞা সঁচাকৈয়ে ইমান নির্লজ্জ জাতি নেকি?

মিঞাক কেতিয়াবা যদি মেটেকাৰ লগত তুলনা কৰা হৈছে, আন কোনোবাই পঁইতাচোৰাৰ লগত তুলনা কৰিছে

এইগৰাকী যুৱতীলৈ মন কৰক, Mashum Hazorika নামৰ ফেইছবুক Profile'ত ভিডিঅ বনাই

এইগৰাকী যুৱতীৰ মতে মিঞাই হেনো কুকুৰৰ জাত

এতিয়া প্ৰশ্ন হয়, সচাঁকৈয়ে কুকুৰৰ জাতি নেকি মিঞা, মিঞাক কিয় ইমান তুচ্ছ তাচ্ছিল্য কৰা হয়

কোনোবা মিঞাই যেতিয়া কাৰোবাক কিবা বেয়া মন্তব্য কৰে, তেতিয়া বিভিন্ন থানাত এজাহাৰ কৰাৰ লগতে বহুতো সমালোচনা কৰা হয়

কিন্তু বেলেগ জাতিৰ কোনোবাই মিঞাক কুকুৰৰ লগত, মেটেকাৰ লগত তুলনা কৰি ঢোল হিচাপে বজাই গলেও এটো নহয়।

সচাঁকৈয়ে ইমান নিকৃষ্ট জাতি নেকি মিঞা?

এই গৰাকী যুৱতীয়ে মিঞাক কুকুৰৰ জাত বুলি কোৱা যুৱতী গৰাকীৰ বিৰুদ্ধে এজাহাৰ হবনে?

নে এনেই বাচি যাব মিঞাক অপমান কৰা যুৱতী।

20/10/2025

📌SLUG : RANGIA SHYAMA PUJA CELEBRATION📌

V/O : ৰঙিয়াৰ জয়ন্তীপুৰত ১১৫ তম শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন । জয়ন্তীপুৰৰ শ্ৰীশ্ৰী শ্মশান কালী মন্দিৰত এই পূজাৰ মহোৎসৱত শ শ ভক্তৰ সমাগম ঘটে, যিয়ে এই পৱিত্ৰ স্থানক ভক্তিৰ সাগৰত প্লাৱিত কৰে । পূজাৰ পৰিৱেশ আধ্যাত্মিকতা আৰু সাংস্কৃতিক সমৃদ্ধিৰে উপচি পৰে, য’ত ভক্তসকলে মা কালীৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰে পূজা-অৰ্চনাত মগ্ন হয় । এই উৎসৱৰ এক বিশেষ আকৰ্ষণ অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্পণ । মন্দিৰৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ভক্তসকলে মাল্যাৰ্পণ কৰি তেওঁৰ সাংস্কৃতিক অৱদানৰ প্ৰতি সন্মান প্ৰকাশ কৰে । শ্ৰীশ্ৰী শ্মশান কালী মন্দিৰৰ এই ঐতিহ্যবাহী পূজাই প্ৰতি বছৰে ধৰ্মীয় আৰু সাংস্কৃতিক সমন্বয়ৰ এক অনুপম দৃষ্টান্ত স্থাপন কৰে । এইবাৰৰ ১১৫ তম উদযাপনেও ভক্তসকলৰ মাজত আধ্যাত্মিক উৎসাহ আৰু সামাজিক ঐক্যৰ বাৰ্তা বিলাই দিছে । উল্লেখ্য যে, ২৫৬ বৰ্ষ গৰকা এটা মন্দিৰটো আহোম ৰজা লক্ষ্মী সিংহই স্থাপন কৰিছিল । শ্ৰী শ্ৰী জয়ন্তী কালি মন্দিৰৰ আছে এক বিশেষ অধ্যত্মিক মহত্ব । ১৭৭০ চনত আহোম ৰজা লক্ষ্মী সিংহই স্থাপন কৰিছিল এই জয়ন্তী কালি মন্দিৰতো । সেই দিনৰ পৰা এতিয়ালৈকে এই মন্দিৰত পূজা চলি আহিছে ।

ৰঙিয়াৰ পৰা সৰু খান ৷

📌যদি কোনোবাই বেংক গ্ৰাহক সেৱা কেন্দ্ৰ খুলিব বিচাৰিছে তেন্তে যোগাযোগ কৰিব।📌
19/10/2025

📌যদি কোনোবাই বেংক গ্ৰাহক সেৱা কেন্দ্ৰ খুলিব বিচাৰিছে তেন্তে যোগাযোগ কৰিব।📌

🦣
19/10/2025

🦣

16/10/2025

বিদেশতো ভাইৰেল অসমৰ পৰকীয়া প্ৰেম

গাড়ীত গৈ আছে প্ৰেমিকযুগল৷ ড্ৰাইভিং ছিটত বহিছে প্ৰেমিক৷

কাষতে বহা প্ৰেমিকাৰ মুখত ফুটি উঠিছে এসাগৰ অভিমান৷

আপুনি দেখিয়েই ক’ব লাগিব- ৱাহ, ইম্মান মৰম… কিন্তু আচলতে কথাবোৰ মৰম-চেনেহৰ নহয়৷

অচিনাকী দম্পত্তি পৰকীয়াত মত্ত প্ৰেমাস্পদহে৷

14/10/2025

🦣

14/10/2025

Dirección

Guatemala City

Página web

Notificaciones

Sé el primero en enterarse y déjanos enviarle un correo electrónico cuando Time 24 Axom publique noticias y promociones. Su dirección de correo electrónico no se utilizará para ningún otro fin, y puede darse de baja en cualquier momento.

Compartir