টেঙাগুৰিৰ বা-বাতৰি

টেঙাগুৰিৰ বা-বাতৰি সদায় সততা আৰু ন্যায়ৰ পক্ষত

04/07/2025

📌লাহৰীঘাটৰ ধুমকুৰা গাঁও পঞ্চায়তৰ বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যাৰ পদ খাৰিজ।

03/07/2025

📌লাহৰীঘাটৰ ফলিহামাৰিত ভূমি কেন্দ্ৰিক সংঘা//ত
📌গুৰুতৰ ভাৱে আ**ঘাত**প্ৰাপ্ত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

📌লাহৰীঘাটত পুনৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী।
03/07/2025

📌লাহৰীঘাটত পুনৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী।

শোকবাৰ্তা
01/07/2025

শোকবাৰ্তা

01/07/2025

📌 লাহৰীঘাটত চোৰাং চৰাই চিকাৰী বিৰুদ্ধে তীব্ৰ অভিযান ।
📌সম জিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত চলিছে এই অভিযান।
📌 চাৰিজন চোৰাং চিকাৰীক কৰায়ত্ত।

📌পুনৰ গ্ৰেপ্তাৰ চোৰাং চৰাই চিকাৰী
01/07/2025

📌পুনৰ গ্ৰেপ্তাৰ চোৰাং চৰাই চিকাৰী

30/06/2025

📌লাহৰীঘাটৰ ধুমকুৰা সমবায় সমিতি লিঃৰ জব্দকৃত নষ্ট হোৱা চাউল এইদৰে পুতি পেলাই প্ৰশাসনে।

30/06/2025

📌লাহৰীঘাট আৰক্ষীৰ আন এক সফল অভিযান।
📌বৃহৎ পৰিমাণৰ বনৰীয়া চৰাই সহ চিকাৰী গ্ৰেপ্তাৰ।

📌ধূমকুৰা সমবায় সমিতি লিঃ টেঃৰ জব্দকৃত নষ্ট হোৱা চাউল আজি লাহৰিঘাট সম জিলা অতিৰিক্ত আয়ুক্তৰ উপস্থিতত পুতি দিয়ে।
30/06/2025

📌ধূমকুৰা সমবায় সমিতি লিঃ টেঃৰ জব্দকৃত নষ্ট হোৱা চাউল আজি লাহৰিঘাট সম জিলা অতিৰিক্ত আয়ুক্তৰ উপস্থিতত পুতি দিয়ে।

30/06/2025

📌লাহৰীঘাটত তিনি গাঞ্জা সৰবৰাহকাৰী আটক।
📌নিশা লাহৰীঘাটৰ চেতুৱাই খাইতিত আৰক্ষীৰ জালত পৰে উৰলকাটাৰ পিতা পুত্ৰ তিনি গাঞ্জা সৰবৰাহকাৰী

30/06/2025

📌লাহৰীঘাটৰ মহমাৰা পথাৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা।

29/06/2025

📌ধূমকুৰা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত এগৰাকী সদস্যাৰ সংবাদ মেল।
📌লাহৰীঘাট আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।

Address

মৰিগাঁও
782127

Telephone

7002332593

Alerts

Be the first to know and let us send you an email when টেঙাগুৰিৰ বা-বাতৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category