Desh Today Axom

Desh Today Axom We are DESH TODAY
We are ONE 'coz we work TOGETHER Please Like & Subscribe.
(1)

TRUTH is the foundation of DESH TODAY
We are IMPERTIAL & HONEST
PEOPLE, for whom we WORK for
We take pride in delivering TRUST
UNIQUENESS and CREATIVITY are our motto
Citizen first, & NO COMPROMISE on it.

22/08/2025

✍️পুনৰ নগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ Sudden Visit
✍️এখন বিদ্যালয়ত হঠাৎ উপস্থিত হৈ পাঠদান পৰ্যবেক্ষণ কৰিলে আয়ুক্ত গৰাকীয়ে

22/08/2025

22/08/2025

22/08/2025

🟥 GMCH ৰ অধীক্ষকৰ পদটো কি যুক্তিত মুখ্যমন্ত্ৰীয়ে খালী কৰি ৰাখিছে
🟥 ছমাহ ধৰি অধীক্ষকবিহীন হৈ আছে GMCH
🟥 অধীক্ষক বিহীন GMCHত আৰু ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আংশকা ব‍্যক্ত কৰিছে অজিৎ ভূঞাই

22/08/2025

🟥 টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কেইবাটাও জনগোষ্ঠীক সংৰক্ষিত জনগোষ্ঠীৰ হিচাপে ঘোষণাৰ বিৰোধীতা কৰিছিল ট্ৰাইবেল সংঘই
🟥 মুখ্যমন্ত্ৰীৰে এই সন্দৰ্ভতে বৈঠকত মিলিত হৈছিল সদৌ অসম ট্ৰাইবেল সংঘ
🟥 বৈঠকত কেবিনেটৰ সিদ্ধান্তৰ সংশোধন কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

22/08/2025

🟥মিঞা নহয়, এইবাৰ বহিৰাগত অনা-অসমীয়া ব্যৱসায়ীৰ হাতত অপদস্ত কৰ্তব্যৰত জোনাইৰ এগৰাকী স্থানীয় সাংবাদিক।

22/08/2025

22/08/2025

👉ঘগ্ৰাপাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী
👉চেক বিতৰণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী
👉আজি প্ৰায় ৩৪ হাজাৰ সদস্যালৈ বিতৰণ চেক

22/08/2025

👉গেম খেলিলেই ভৰিব লাগিব ১ কোটি টকা জৰিমনা
👉অনলাইন গেমৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় চৰকাৰ

22/08/2025

👉GMCHৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিবাদ
👉GMCHৰ সন্মুখত কামৰূপ মহানগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ
👉মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ

22/08/2025

👉পুনৰ ঋণ ল’বলৈ সাজু ৰাজ্য চৰকাৰ
👉২৬ আগষ্টত দিছপুৰে ল’ব ৪৫০ কোটিৰ ঋণ
👉বিগত ৫ আগষ্টত লৈছিল ৯০০ কোটিৰ ঋণ

22/08/2025

Address

3rd Floor, Exotica Arcade, GS Road
Abc
781005

Alerts

Be the first to know and let us send you an email when Desh Today Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Desh Today Axom:

Share