AIE Express 24

AIE Express 24 AIE EXPRESS 24 সদায় দুৰ্নীতি আৰু অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে।

16/08/2026

♦️অভয়াপুৰীত কংগ্ৰেছ বিজেপিৰ ভূমিকেন্দ্ৰীক সংঘাতক কেন্দ্ৰ কৰি বঙাইগাঁও বিজেপিৰ সংবাদমেল ।

15/08/2026

অভয়াপুৰী সম জিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত আজি অভয়াপুৰী গান্ধী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰা হয়।

আজি অভয়াপুৰী গান্ধী ময়দানত আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰে সম জিলা আয়ুক্ত শান্তা কাৰ্কী ছেত্ৰীয়ে।

14/08/2026

♦️ৰঙাপানীত স্বাধীনতা দিৱসক লৈ কটকটীয়া নিৰাপত্তা।

♦️স্বাধীনতা দিৱসক লৈ বঙাইগাঁও জিলাৰ ৰঙাপানীত তৎপৰতা বৃদ্ধি পাইছে।

♦️মেৰেৰচৰ আৰক্ষীয়ে শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

14/08/2026

লেংটিছিঙাত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা।

টাপাট্টাৰী মণ্ডল বিজেপিৰ উদ্যোগত লেংটিছিঙাত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামী সকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি লেংটিছিঙা গাঁও পঞ্চায়তৰ পৰা জানেৰমুখ মেঘ লাল সাধু শেৱা আশ্ৰমলৈ এক বৰ্ণাঢ্য ত্ৰিৰংগা যাত্ৰা কাৰ্য্যসূচী ৰূপায়ন কৰে।

11/08/2026

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত লেংটিছিঙাত সষ্টম হৈ পৰিছে আৰক্ষী।

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি লেংটিছিঙা আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

11/08/2026

বঙাইগাঁও জিলাৰ ৰাঙাপানীৰ পৰা ঘোঁৰামাৰালৈ যোৱা ৰাস্তাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ।তিনি মাহ নহওঁতেই খহি পৰিল পুখুৰীৰ পাৰত থকা ছাইড বান্ধ ।তদন্তৰ দাবী স্হানীয় ৰাইজৰ।

02/08/2026

লেংটিছিঙা বজাৰত চুৰি কাণ্ড। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী ।

02/08/2026

♦️লেংটিছিঙা বজাৰত চুৰি কাণ্ড।

♦️চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী ।

31/07/2026

অসম ৰাজ‍্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৃজনগ্ৰাম কাৰ্য্যালয়ত অভয়াপুৰী প্ৰশাসনৰ অভিযান ।

সহকাৰী আয়ুক্ত শ্ৰেয়া ঘোষৰ নেতৃত্বত এই অভিযান । জব্দ কৰিলে বহু নথি-পত্ৰ ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অসম ৰাজ‍্যিক জীৱিকা অভিযান আঁচনিৰ ৫২ লাখ ৭৬ হাজাৰ টকা।

BRCৰ সভানেত্ৰী মৰজিনা খাতুন আৰু সম্পাদিকা লাইলী বেগমে আত্মসাৎ কৰাৰ অভিযোগ ।

27/07/2026

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ বাংলাপাৰাত দান-বৰঙণিৰে পথ মেৰামতি।

ঘৰে ঘৰে ১০০-২০০ টকা বৰঙণি উঠাই মেৰামতি কৰিলে পথ।

Address

Abhayapuri
783384

Telephone

+916001074049

Website

Alerts

Be the first to know and let us send you an email when AIE Express 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AIE Express 24:

Shortcuts

Share