NE ASSAM

NE ASSAM সদায় সত্যৰ সন্ধানত আৰু ৰাইজৰ পক্ষত।

06/09/2026
06/09/2026

Jubayer Masud Educational And charitable Trust ৰ উদ্যোগত আৰু টোপগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰী - ছাত্ৰী সকলৰ সহযোগত আজি উলহ মালহেৰে দিনযোৰা কাৰ্য্যসূচীৰে ৬৫ সংখ্যক পৱিত্ৰ শিক্ষক দিৱস উদযাপন।

02/09/2026

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা নাহিদা চৌধুৰীয়ে ৰাইজৰ দলৰ সভাপতিক কি কলে শুনক।

Mulbari
31/08/2026

Mulbari

27/08/2026

📌"কিহৰ পাৰ্মিছন?"
📌"ৰাস্তাত খোজকাঢ়িবলৈ পাৰ্মিছন লাগে নেকি?"
📌আৰক্ষীৰ সৈতে তীব্ৰ বাক বিতণ্ডা বিধায়ক জুবেইৰ আনমৰ
📌কাছাৰ কলেজৰ হিজাব বিতৰ্কৰ ন্যায় বিচাৰি বিধায়ক জুবেৰ আনমৰ নেতৃত্বত প্ৰতিবাদ
📌NSUI কৰ্মীক লগত লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ উলিয়ালে প্ৰতিবাদী সমদল
📌প্ৰতিবাদত আৰক্ষীৰ বাধা

পৱিত্ৰ মিলাদুন্নবী উপলক্ষে NE ASSAM পৰিয়ালৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই পৱিত্ৰ দিনটোৰ জৰিয়তে মহান আল্ল...
26/08/2026

পৱিত্ৰ মিলাদুন্নবী উপলক্ষে NE ASSAM পৰিয়ালৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

আজিৰ এই পৱিত্ৰ দিনটোৰ জৰিয়তে মহান আল্লাহ তা'আলাই প্ৰতিটো পৰিয়াললৈ সুখ-শান্তি আৰু মৰম-আনন্দ কঢ়িয়াই আনক। সকলোৰে মাজেত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰক তাৰেই দোৱা জনাইছোঁ।

তেওঁৰ মতে, কোৰআনে দয়া, উদাৰতা, ন্যায়, ভাতৃত্ববোধ, সহনশীলতা আৰু চৰিত্ৰ গঠনৰ কথা কয়।
26/08/2026

তেওঁৰ মতে, কোৰআনে দয়া, উদাৰতা, ন্যায়, ভাতৃত্ববোধ, সহনশীলতা আৰু চৰিত্ৰ গঠনৰ কথা কয়।

22/08/2026

📌গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
📌৩১ তম নবাগত আদৰণি সভা
📌১৭ নং সৃজনগ্রাম বিধায়ক নুৰুল ইছলাম ডাঙৰীয়া।”

পোষ্টটোত হবিবৰ ৰহমান শ্বেখে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ এক স্পষ্ট ৰাজনৈতিক ভৱিষ্যদ্বাণী কৰিছে, য’ত AIUDF দলৰ জয়...
22/08/2026

পোষ্টটোত হবিবৰ ৰহমান শ্বেখে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ এক স্পষ্ট ৰাজনৈতিক ভৱিষ্যদ্বাণী কৰিছে, য’ত AIUDF দলৰ জয় আৰু কংগ্ৰেছ দলৰ পৰাজয় নিশ্চিত বুলি দাবী কৰা হৈছে।

Address

Bongaigoan
Abhayapuri
783384

Telephone

+919394193373

Website

Alerts

Be the first to know and let us send you an email when NE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE ASSAM:

Shortcuts

Share