ABHAYAPURIR KHOBOR অভয়াপুৰীৰ খবৰ

ABHAYAPURIR KHOBOR অভয়াপুৰীৰ খবৰ অভয়াপুৰীৰ শুদ্ধ আৰু নিৰপেক্ষ খবৰৰ লগতে সাংস্কৃতিক কাৰ্যসূচী, বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
(1)

22/08/2025

কাকৈজানাৰ সোণালী বান্দৰৰ বিশেষ AI ভিডিও’

বৰঘোলা আৰক্ষীৰ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান। বৰঘোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত অভিযান চলিল ...
21/08/2025

বৰঘোলা আৰক্ষীৰ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান।

বৰঘোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত অভিযান চলিল অঞ্চলটোৰ অলিয়ে গলিয়ে গঢ়ি উঠা অবৈধ সুৰাৰ বিপনীৰ বিৰুদ্ধে।

চাপৰাকাটাৰ খেলৰ সূচী
21/08/2025

চাপৰাকাটাৰ খেলৰ সূচী

সকলোৰে সহযোগিতা কামনা কৰা হ’ল
18/08/2025

সকলোৰে সহযোগিতা কামনা কৰা হ’ল

উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নৱনিৰ্মিত মুখ্য তোৰণ আজি উদ্বোধন কৰে মন্ত্ৰী ৰণজিত দাসে
17/08/2025

উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নৱনিৰ্মিত মুখ্য তোৰণ আজি উদ্বোধন কৰে মন্ত্ৰী ৰণজিত দাসে

16/08/2025

১৫ আগষ্টৰ দিনা ৰাজহুৱা স্থানত হাতত চোকা অস্ত্ৰ লৈ তাণ্ডৱ চলোৱা কিশোৰক গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিল অভয়াপুৰীৰ বিভিন্ন সংগঠন ৷ বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

16/08/2025

16/08/2025

“অভয়াপুৰীৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি কোনো কাৰণত বিনষ্ট কৰিবলৈ দিয়া নহ’ব ৷” ৰাজবংশী জাতিক ধৰি কথা কোৱা মুছলমান কিশোৰক গ্ৰেপ্তাৰৰ দাবী গৰিয়া মাৰিয়া দেশী জাতীয় পৰিষদৰ

১৫ আগষ্টৰ দিনা ৰাজহুৱা স্থানত হাতত চোকা অস্ত্ৰ লৈ তাণ্ডৱ চলোৱা কিশোৰক গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিল অভয়াপুৰীৰ বিভিন্ন সংগঠনৰ ৷ প্ৰতিক্ৰিয়া প্ৰকাশ গৰিয়া মাৰিয়া দেশী জাতীয় পৰিষদৰো

16/08/2025

১৫ আগষ্টৰ দিনা ৰাজহুৱা স্থানত হাতত চোকা অস্ত্ৰ লৈ তাণ্ডৱ চলোৱা কিশোৰক গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিল অভয়াপুৰীৰ বিভিন্ন সংগঠন

মতামত দিয়ক
15/08/2025

মতামত দিয়ক

15/08/2025

অভয়াপুৰী ৰাজবাৰী পুখুৰীত দিন দুপৰতে উদণ্ড যুৱকৰ তাণ্ডৱ ৷ হাতে হাতে চোকা অস্ত্ৰ লৈ ভাবুকি প্ৰদান ৷ গ্ৰেপ্তাৰৰ দাবী সচেতন মহলৰ

Address

Abhayapuri
Abhayapuri

Website

Alerts

Be the first to know and let us send you an email when ABHAYAPURIR KHOBOR অভয়াপুৰীৰ খবৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share