Mind Motivate

  • Home
  • Mind Motivate

Mind Motivate মোৰ face page সদায় গণিত আৰু বিজ্ঞান কাৰ্য্য কলাপ পাব ।

Good morning everyone 🌅🌄🌄
08/04/2025

Good morning everyone 🌅🌄🌄

বড়ো হওয়ার খুব ইচ্ছে ছিল ২২বছরে এসে স্বাদ মিটে গেল...এখন বুঝতে পারছি পরিবারের দায়িত্ব থেকে স্কুলের বেগ টা হালকা ছিল......
26/02/2025

বড়ো হওয়ার খুব ইচ্ছে ছিল ২২বছরে এসে স্বাদ মিটে গেল...
এখন বুঝতে পারছি পরিবারের দায়িত্ব থেকে স্কুলের বেগ টা হালকা ছিল... # # # # #

যি পৰিস্থিতিয়েই নহওক কিয়্ নিজৰ মনোবল হেৰুৱাই নেপেলাবা, মনোবল অবিহনে সফলতা অসম্ভৱ।  # # # #@@
17/02/2025

যি পৰিস্থিতিয়েই নহওক কিয়্ নিজৰ মনোবল হেৰুৱাই নেপেলাবা, মনোবল অবিহনে সফলতা অসম্ভৱ। # # # #@@

17/02/2025

আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু যদি পাৰে তেনেহলে comment কৰি জনাব ।

Natural view of Barjana
13/02/2025

Natural view of Barjana

ধৈৰ্য এনেকুৱা এবিধ গছ, যাৰ গোটেই  গাতে কাঁইট, কিন্তু ইয়াৰ ফল খুবেই সোৱাদযুক্ত
12/02/2025

ধৈৰ্য এনেকুৱা এবিধ গছ, যাৰ গোটেই গাতে কাঁইট, কিন্তু ইয়াৰ ফল খুবেই সোৱাদযুক্ত

11/02/2025

video টো সূম্পৰ্ণকৈ দেখিব নিশ্চয় ভাল লাগিব।

05/02/2025

নিজৰ আত্মসন্মান ৰক্ষাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অত্যন্ত জৰুৰী।

03/02/2025

কালি যি হৈ গ'ল সেইয়া
পাহৰিবলৈ সাহস লাগিব,আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব আৰু কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰষা লাগিব @ # # # #@ # #

এজন মানুহে সময়ক সুধিলে মই হাৰি যায় কিয়?             সময়ে ক'লে   ৰ'দ হওঁক বা বৰষুণ দিন হওঁক বা  ঘোপমৰা আন্ধাৰ  পৰিস্থ...
02/02/2025

এজন মানুহে সময়ক সুধিলে
মই হাৰি যায় কিয়?
সময়ে ক'লে
ৰ'দ হওঁক বা বৰষুণ
দিন হওঁক বা ঘোপমৰা আন্ধাৰ
পৰিস্থিতি যিয়েই নহওঁক
মই সদায় আগবাঢ়ি থাকো
তুমিও মোৰ সৈতে ব'লা........

02/02/2025

জীৱনটোক বুজি পাবলৈ হ'লে পিছলৈ ঘুৰি চাব লাগিব সচা কিন্তু জীৱনৰ পথত আগুৱাই যাবলৈ হ'লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব।

02/02/2025

পূৰণৰ নেওতা লিখাৰ সহজ পদ্ধতি ।

Address

Vill/Barjana Pt3 P. O/Barjana . P. S/Jogighopa. Dist/Bongaigaon. State/Assam. Pin/783382

SAIFUL@123

Website

Alerts

Be the first to know and let us send you an email when Mind Motivate posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share